- নাগৰিকত্ব সংশোধনী বিধেয়কত অনুমোদন কেন্দ্ৰীয় কেবিনেটৰ
- সংসদ ভৱনত প্ৰধানমন্ত্ৰীৰ অধ্যক্ষতাত কেবত অনুমোদন
- 9 তাৰিখে লোকসভাত আৰু 10 তাৰিখে ৰাজ্যসভাত উত্থাপন হ'ব কেব
উল্লেখ্য যে, নাগৰিকত্ব সংশোধনী বিধেয়কখনে 1955 চনৰ নাগৰিকত্ব আইন সংশোধন কৰিব বিচাৰে ৷ এই আইন সংশোধনৰ জৰীয়তে বাংলাদেশ, পাকিস্তান আৰু আফগানিস্তানৰ পৰা অহা হিন্দু, বৌদ্ধ, শিখ, জৈন, পাৰ্চী, আৰু খ্ৰীষ্টিয়ান সকলক নাগৰিকত্ব প্ৰদান কৰিব বিচৰা হৈছে ৷ যাৰ বাবে উত্তাল হৈ পৰিছে সমগ্ৰ ৰাজ্য ৷ চৰকাৰৰ এই সিদ্ধান্তৰ বিৰোধিতাৰে ৰাজ্যজুৰি প্ৰতিবাদ চলি থকাৰ সময়তে কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা ভূমিকাক লৈ ক্ষুন্ন হৈছে দল সংগঠন ৷
নাগৰিকত্ব সংশোধনী বিধেয়কত অনুমোদন কেন্দ্ৰীয় কেবিনেটৰ - 1955 চনৰ নাগৰিকত্ব আইন সংশোধন
11:38 December 04
নাগৰিকত্ব সংশোধনী বিধেয়কত অনুমোদন কেন্দ্ৰীয় কেবিনেটৰ
11:38 December 04
নাগৰিকত্ব সংশোধনী বিধেয়কত অনুমোদন কেন্দ্ৰীয় কেবিনেটৰ
- নাগৰিকত্ব সংশোধনী বিধেয়কত অনুমোদন কেন্দ্ৰীয় কেবিনেটৰ
- সংসদ ভৱনত প্ৰধানমন্ত্ৰীৰ অধ্যক্ষতাত কেবত অনুমোদন
- 9 তাৰিখে লোকসভাত আৰু 10 তাৰিখে ৰাজ্যসভাত উত্থাপন হ'ব কেব
উল্লেখ্য যে, নাগৰিকত্ব সংশোধনী বিধেয়কখনে 1955 চনৰ নাগৰিকত্ব আইন সংশোধন কৰিব বিচাৰে ৷ এই আইন সংশোধনৰ জৰীয়তে বাংলাদেশ, পাকিস্তান আৰু আফগানিস্তানৰ পৰা অহা হিন্দু, বৌদ্ধ, শিখ, জৈন, পাৰ্চী, আৰু খ্ৰীষ্টিয়ান সকলক নাগৰিকত্ব প্ৰদান কৰিব বিচৰা হৈছে ৷ যাৰ বাবে উত্তাল হৈ পৰিছে সমগ্ৰ ৰাজ্য ৷ চৰকাৰৰ এই সিদ্ধান্তৰ বিৰোধিতাৰে ৰাজ্যজুৰি প্ৰতিবাদ চলি থকাৰ সময়তে কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা ভূমিকাক লৈ ক্ষুন্ন হৈছে দল সংগঠন ৷
নাৰিকত্ব সংশোধনী বিধেয়কত অনুমোদন কেন্দ্ৰীয় কেবিনেটৰ ৷ সংসদ ভৱনত প্ৰধানমন্ত্ৰীৰ অধ্যক্ষতাত কেবতঅনুমোদন ৷ 9 তাৰিখে লোকসভাত আৰু 10 তাৰিখে ৰাজ্যসভাত উত্থাপন হ'ব কেব ৷
Conclusion: