ETV Bharat / bharat

নাগৰিকত্ব সংশোধনী বিধেয়কত অনুমোদন কেন্দ্ৰীয় কেবিনেটৰ

author img

By

Published : Dec 4, 2019, 11:40 AM IST

Updated : Dec 4, 2019, 12:31 PM IST

নাগৰিকত্ব সংশোধনী বিধেয়কত অনুমোদন কেন্দ্ৰীয় কেবিনেটৰ
নাগৰিকত্ব সংশোধনী বিধেয়কত অনুমোদন কেন্দ্ৰীয় কেবিনেটৰ

11:38 December 04

নাগৰিকত্ব সংশোধনী বিধেয়কত অনুমোদন কেন্দ্ৰীয় কেবিনেটৰনাগৰিকত্ব সংশোধনী বিধেয়কত অনুমোদন কেন্দ্ৰীয় কেবিনেটৰ
  • নাগৰিকত্ব সংশোধনী বিধেয়কত অনুমোদন কেন্দ্ৰীয় কেবিনেটৰ 
  • সংসদ ভৱনত প্ৰধানমন্ত্ৰীৰ অধ্যক্ষতাত কেবত অনুমোদন
  • 9 তাৰিখে লোকসভাত আৰু 10 তাৰিখে ৰাজ্যসভাত উত্থাপন হ'ব কেব 

    উল্লেখ্য যে, নাগৰিকত্ব সংশোধনী বিধেয়কখনে 1955 চনৰ নাগৰিকত্ব আইন সংশোধন কৰিব বিচাৰে ৷ এই আইন সংশোধনৰ জৰীয়তে বাংলাদেশ, পাকিস্তান আৰু আফগানিস্তানৰ পৰা অহা হিন্দু, বৌদ্ধ, শিখ, জৈন, পাৰ্চী, আৰু খ্ৰীষ্টিয়ান সকলক নাগৰিকত্ব প্ৰদান কৰিব বিচৰা হৈছে ৷ যাৰ বাবে উত্তাল হৈ পৰিছে সমগ্ৰ ৰাজ্য ৷ চৰকাৰৰ এই সিদ্ধান্তৰ বিৰোধিতাৰে ৰাজ্যজুৰি প্ৰতিবাদ চলি থকাৰ সময়তে কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা ভূমিকাক লৈ ক্ষুন্ন হৈছে দল সংগঠন ৷ 
     
Intro:Body:

নাৰিকত্ব সংশোধনী বিধেয়কত অনুমোদন কেন্দ্ৰীয় কেবিনেটৰ ৷ সংসদ ভৱনত প্ৰধানমন্ত্ৰীৰ অধ্যক্ষতাত কেবতঅনুমোদন ৷ 9 তাৰিখে লোকসভাত আৰু 10 তাৰিখে ৰাজ্যসভাত উত্থাপন হ'ব কেব ৷ 

Conclusion:
Last Updated : Dec 4, 2019, 12:31 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.