ETV Bharat / bharat

কেন্দ্ৰীয় বাজেট ২০১৯ - ২০, কি কমিল কি বাঢ়িল !

author img

By

Published : Jul 5, 2019, 8:37 PM IST

বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে লোকসভাত উত্থাপন কৰিলে প্ৰথমখন বিত্তীয় বাজেট । বহুসংখ্যক গুৰুত্বপূৰ্ণ ঘোষণাৰে দাখিল কৰা বাজেটত অত্যাৱশ্যকীয় সামগ্ৰী পেট্ৰ'ল - ডিজেলৰ মূল্য বৃদ্ধিৰ কথা উল্লেখ কৰা হয় ।

কেন্দ্ৰীয় বাজেট ২০১৯ - ২০

নিউজ ডেস্ক, ৫ জুলাই : বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে শুকুৰবাৰে লোকসভাত উত্থাপন কৰিলে মোডী চৰকাৰৰ প্ৰথমখন বাজেট, ২০১৯ - ২০ । বহুসংখ্যক গুৰুত্বপূৰ্ণ ঘোষণাৰে দাখিল কৰা বাজেটত অত্যাৱশ্যকীয় সামগ্ৰী পেট্ৰ'ল - ডিজেলৰ মূল্য বৃদ্ধিৰ কথা ব্যক্ত কৰা হয় ।

ETV BHARAT ASSAM
কেন্দ্ৰীয় বাজেট ২০১৯ - ২০

দাম বৃদ্ধি পোৱা সামগ্ৰীবোৰ হৈছে - পেট্ৰ'ল - ডিজেল, চিগাৰেট, সোণ - ৰূপ, আমদানীকৃত বাহন, শীত - তাপ নিয়ন্ত্ৰিত যন্ত্ৰ, চিচিটিভি কেমেৰা, লাউড স্পীকাৰ, আমদানিকৃত প্লাষ্টিক, চাবোন নিৰ্মাণৰ সামগ্ৰী, টাইলছ, অপটিকেল ফাইবাৰ, তীখা সামগ্ৰী, ভিডিঅ' ৰেকৰ্ডাৰ, ধঁপাত জাতীয় সামগ্ৰী, ৰাবাৰ টায়াৰ আদি ।

আনহাতে, দাম কমা সামগ্ৰী সমূহ হ'ল - বৈদ্যুতিক যান বাহনৰ সামগ্ৰী, কেমেৰা আৰু মোবাইল ফোন ছাৰ্জাৰ, ছেট টপ বক্স, সামৰিক বাহিনীৰ আমদানিকৃত সামগ্ৰী আদি ।

UNION BUDGET 2019 - 20, EXPENSIVE ITEMS

কেন্দ্ৰীয় বাজেট ২০১৯ - ২০, ব্যয়বহুল সামগ্ৰী সমূহ

নিউজ ডেস্ক, ৫ জুলাই : বিত্তমন্ত্ৰী নিৰ্মলা ছিথাৰমণে শুকুৰবাৰে লোকসভাত উত্থাপন কৰিলে মোডী চৰকাৰৰ প্ৰথমখন বাজেট, ২০১৯ - ২০ । বহুসংখ্যক গুৰুত্বপূৰ্ণ ঘোষণাৰে দাখিল কৰা বাজেটত অত্যাৱশ্যকীয় সামগ্ৰী পেট্ৰ'ল - ডিজেলৰ মূল্য বৃদ্ধিৰ কথা ব্যক্ত কৰা হ'ল ।

দাম বৃদ্ধি পোৱা সামগ্ৰীবোৰ হৈছে - পেট্ৰ'ল - ডিজেল, চিগাৰেট, সোণ - ৰূপ, আমদানীকৃত বাহন, শীত - তাপ নিয়ন্ত্ৰিত যন্ত্ৰ, চিচিটিভি কেমেৰা, লাউড স্পীকাৰ, আমদানিকৃত প্লাষ্টিক, চাবোন নিৰ্মাণৰ সামগ্ৰী, টাইলছ, অপটিকেল ফাইবাৰ, তীখা সামগ্ৰী, ভিডিঅ' ৰেকৰ্ডাৰ, ধঁপাত জাতীয় সামগ্ৰী, ৰাবাৰ টায়াৰ আদি ।

আনহাতে, দাম কমা সামগ্ৰী সমূহ হ'ল - বৈদ্যুতিক যান বাহনৰ সামগ্ৰী, কেমেৰা আৰু মোবাইল ফোন ছাৰ্জাৰ, ছেট টপ বক্স, সামৰিক বাহিনীৰ আমদানিকৃত সামগ্ৰী আদি । 
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.