ETV Bharat / bharat

পৰিচালক আশিস আৰ শুক্লাৰ আগন্তুক চিৰিজত দৰ্শকে পাব নতুন সোৱাদ

author img

By

Published : Jul 9, 2020, 1:16 AM IST

Dev D ছবিৰ পৰিচালক আশিস আৰ শুক্লাই জনায় যে, তেওঁৰ আহিবলগীয়া ৱেব চিৰিজত হত্যাকাণ্ডৰ ৰহস্যৰ বিষয়ে জানিব পৰা যাব । উক্ত চিৰিজত কাল্পনিক কাহিনীৰ পৰিৱৰ্তে বাস্তৱিক কাহিনীৰ সোৱাদ পাবলৈ সক্ষম হ'ব ।

undekhi-is-unlike-any-conventional-thriller-says-director-ashish-r-shukla

নিউজ ডেস্ক, ৮ জুলাই : Dev D ছবিৰ পৰিচালক আশিস আৰ শুক্লাই জনায় যে, তেওঁৰ আহিবলগীয়া ৱেব চিৰিজত হত্যাকাণ্ডৰ ৰহস্যৰ বিষয়ে জানিব পৰা যাব । লগতে তেওঁ জনায় যে, "উক্ত চিৰিজত কাল্পনিক কাহিনীৰ পৰিৱৰ্তে বাস্তৱিক কাহিনীৰ সোৱাদ পাবলৈ সক্ষম হ'ব । প্ৰতিটো চৰিত্ৰক সুন্দৰভাবে উপস্থাপন কৰা হৈছে । মোৰ বিশ্বাস প্ৰতিটো খণ্ডতে দৰ্শকে নিজক প্ৰশ্ন কৰিবলৈ বাধ্য হ'ব । ঘটনাটো ৰহস্যজনকভাবে সজাই পৰাই তোলা হৈছে । গতিকে দৰ্শকে ইয়াত অন্য সোৱাদ পাবলৈ সক্ষম হ'ব বুলি পৰিচালক গৰাকীয়ে উল্লেখ কৰে "।

তেওঁ আকৌ জনোৱা অনুসৰি, ছবিখনত দিবেন্দু ভটাচাৰ্য, সূৰ্য শৰ্মা, অংকুৰ ৰাথিৰ নিচিনা প্ৰতিভাবান অভিনেতাক লোৱা হৈছে । প্ৰতি গৰাকী শিল্পীৰ চমকপদ অভিনয়ে ছবিখনক এক নতুন মাত্ৰা প্ৰদান কৰা বুলি উল্লেখ কৰে ।

লগতে পঢ়ক : চিন্তাৰ পৰা হাত সাৰিবলৈ যোগাসনৰ সহায় লৈছে অভিনেত্ৰী জেকলিন ফাৰণাণ্ডেজে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.