ETV Bharat / bharat

সহ প্ৰতিযোগীয়ে অভিলেখ ভংগ কৰিলে শ্ৰীনিবাস গৌড়াৰ - সহ প্ৰতিযোগীয়ে অভিলেখ ভংগ কৰিলে শ্ৰীনিবাস গৌড়াৰ

কৰ্ণাটকৰ উডিপি জিলাৰ নিশান্ত ছেট্টীয়ে স্থানীয় পৰম্পৰাগত ম'হ দৌৰ প্ৰতিযোগিতা ইকালা কাম্বালাথোচাভাত অংশগ্ৰহণ কৰি 143 মিটাৰ দূৰত্ব 13.61 ছেকেণ্ডত সম্পন্ন কৰে ৷ ইয়াৰ পূৰ্বে উক্ত প্ৰতিযোগিতাখনতে অংশগ্ৰহণ কৰি শ্ৰীনিবাস গৌড়াই 100 মিটাৰ দূৰত্ব 9.55 ছেকেণ্ডত সম্পন্ন কৰি বিশ্বৰ সবাতকৈ বেগী মানৱ উছেইন বল্টৰ অভিলেখ ভংগ কৰিবলৈ সক্ষম হৈছিল ৷

Udupi man trashes Kambala jockey's sprint record in Kambala race
সহ প্ৰতিযোগীয়ে অভিলেখ ভংগ কৰিলে শ্ৰীনিবাস গৌড়াৰ
author img

By

Published : Feb 18, 2020, 9:21 PM IST

নেশ্বনেল ডেক্স,18 ফেব্ৰুৱাৰীঃ বিশ্বৰ সবাতকৈ বেগী মানৱ উছেইন বল্টৰ অভিলেখ ভংগ কৰা শ্ৰীনিবাস গৌড়াৰ অভিলেখো ভংগ কৰে তেখেতৰ এগৰাকী সহ প্ৰতিযোগীয়ে ৷ উল্লেখ্য যে, কৰ্ণাটকৰ উডিপি জিলাৰ নিশান্ত ছেট্টীয়ে স্থানীয় পৰম্পৰাগত ম'হ দৌৰ প্ৰতিযোগিতা ইকালা কাম্বালাথোচাভাত অংশগ্ৰহণ কৰি 143 মিটাৰ দূৰত্ব 13.61 ছেকেণ্ডত সম্পন্ন কৰে ৷ ইয়াৰ পূৰ্বে উক্ত প্ৰতিযোগিতাখনতে অংশগ্ৰহণ কৰি শ্ৰীনিবাস গৌড়াই 100 মিটাৰ দূৰত্ব 9.55 ছেকেণ্ডত সম্পন্ন কৰি বিশ্বৰ সবাতকৈ বেগী মানৱ উছেইন বল্টৰ অভিলেখ ভংগ কৰিবলৈ সক্ষম হৈছিল ৷

Udupi man trashes Kambala jockey's sprint record in Kambala race
নিশান্ত ছেট্টী

কাম্বালা হ’ল কৰ্ণাটকৰ উপকূলীয় অঞ্চলত অনুষ্ঠিত এক বাৰ্ষিক ম’হ দৌৰ প্ৰতিযোগিতা ৷ এই প্ৰতিযোগিতাত ৰাজ্যখনৰ বিভিন্ন অঞ্চলৰ পৰা কৃষকসকলে আহি অংশগ্ৰহণ কৰে ৷ পৰম্পৰাগতভাৱে ই স্থানীয় তুলুবা জমিদাৰ আৰু দক্ষিণ কৰ্ণাটকৰ পৰিয়ালসমূহৰ দ্বাৰা আয়োদন কৰা হয় ৷ ইয়াৰ ভিতৰত কৰ্ণাটকৰ দক্ষিণ দিশৰ উপকূলীয় জিলাসমূহ, কন্নড় আৰু কাসৰগোড জিলা অন্তৰ্ভূক্ত হৈ আছে ৷

এই বাৰ্ষিক ক্ৰীড়া মহোৎসৱটোত যথেষ্ট ভিৰ হোৱাৰ লগতে প্ৰতিযোগীসকলেও নিজৰ ম’হসমূহক প্ৰশিক্ষিত কৰি তোলাৰ বাবে যথেষ্ট কষ্ট কৰে ৷

লগতে পঢ়ক-উছেইন বল্টৰ অভিলেখ ভংগ কৰা কৰ্ণাটকৰ শ্ৰীনিবাস গৌড়া

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.