ETV Bharat / bharat

মুখ্যমন্ত্ৰী উদ্ধৱ ঠাকৰেৰ শহুৰেকৰ দেহৱসান - উদ্ধৱ ঠাকৰে

সোমবাৰে শেষ নিশ্বাস ত্যাগ কৰে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ ঠাকৰেৰ শহুৰেক তথা শিৱসেনা দলৰ মুখপত্ৰ 'সোমনা'ৰ সম্পাদক ৰশ্মি ঠাকৰেৰ পিতৃ মাধৱ পাটনকৰৰ ।

উদ্ধৱ ঠাকৰে
মুখ্যমন্ত্ৰী উদ্ধৱ ঠাকৰেৰ শহুৰেকৰ দেহৱসান
author img

By

Published : Jun 15, 2020, 3:23 PM IST

নিউজ জেস্ক, ১৫ জুনঃ মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ ঠাকৰেৰ শহুৰেক মাধৱ পাটনকৰৰ দেহৱসান । সোমবাৰে এখন ব্যক্তিগত চিকিৎসালয়ত ৭৬ বছৰত শেষ নিশ্বাস ত্যাগ কৰে মাধৱ পাটনকৰে ।

উদ্ধৱ ঠাকৰে
মুখ্যমন্ত্ৰী উদ্ধৱ ঠাকৰেৰ শহুৰেকৰ দেহৱসান

উল্লেখ্য যে, সোমবাৰে শিৱসেনাৰ এগৰাকী বৰ্ষীয়ান নেতাৰ মৃত্য়ু হোৱাৰ উপৰিও দীৰ্ঘদিন ধৰি দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ থকা উদ্ধৱ ঠাকৰেৰ শহুৰেকৰ মৃত্যুত শোক প্ৰকাশ কৰে শিৱসেনাৰ নেতাকৰ্মীয়ে ।

লগতে পঢ়ক :

কেৰালাৰ বানত ক্ষতিগ্ৰস্থ ২৫ টা পৰিয়ালৰ বাসগৃহ নিৰ্মাণ জমাত-এ-ইছলামী হিন্দৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.