ETV Bharat / bharat

ওড়িশাত ট্ৰাকে মহতিয়ালে হাতী

author img

By

Published : Aug 22, 2019, 6:35 PM IST

বুধবাৰে নিশা এখন ট্ৰাকে মহতিয়াই নিলে 3 টা হাতী ৷ এই ঘটনাত 2 টা হাতীৰ মৃত্যু হোৱাৰ লগতে গুৰুতৰভাৱে আহত হয় আন এটা হাতী ৷

ওড়িশাত ট্ৰাকে মহতিয়ালে হাতী

ওড়িশা, 22 আগষ্টঃ এক হৃদয়বিদাৰক ঘটনা সংঘটিত হয় ওড়িশাত ৷ বুধবাৰে নিশা এখন ট্ৰাকে মহতিয়াই নিয়ে 3 টা হাতী ৷ এই ঘটনাত 2 টা হাতীৰ মৃত্যু হোৱাৰ লগতে গুৰুতৰভাবে আহত হয় এটা হাতী ৷ 20 নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এই ঘটনা ৷ আহত হাতীটোৱে পথৰ মাজত চটফটাই থকা দৃশ্য আছিল হৃদয়বিদাৰক ৷
ইফালে ঘটনা সংঘটিত কৰি পলায়ন কৰে ট্ৰাকখনৰ চালকে ৷ ইতিমধ্যে ঘটনাস্থলিত উপস্থিত হৈছে বন বিভাগ আৰু আৰক্ষীৰ লোক ৷

Intro:Body:

Keonjhar(Odisha): Two elephants killed and 1 injured after being hit by a speeding truck near Balijodi under Ghatagaon forest range.

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.