ETV Bharat / bharat

নাগালেণ্ড,অৰুণাচল,মণিপুৰ,মিজোৰামৰ দৰে ত্ৰিপুৰাক CAA ৰ পৰা দূৰত ৰাখকঃ জগদীশ দেৱবৰ্মা - ত্ৰিপুৰাৰ খিলঞ্জীয়াৰ "CAA" ৰ বিৰোধীতা

নাগৰিকত্ব সংশোধনী আইনৰ সমগ্ৰ বিষয়টোৰ পৰা ত্ৰিপুৰাক সম্পূৰ্ণৰূপে দূৰত ৰাখিবলৈ শুকুৰবাৰে গৃহমন্ত্ৰী অমিত শ্বাহক আবেদন জনায় ইণ্ডিজেনিয়াচ নেশ্চনেলিষ্ট পাৰ্টি অৱ টুইপ্ৰা (INPT) আৰু জইন্ট মোভমেন্ট এগেইনষ্ট চিটিজেনশ্চিপ এমেণ্ডমেন্ট এক্ট (JMACAA) ৰ নেতা সকলে ৷

JMACAA ৰ মুখপাত্ৰ জগদীশ দেৱবৰ্মা
JMACAA ৰ মুখপাত্ৰ জগদীশ দেৱবৰ্মা
author img

By

Published : Jan 18, 2020, 1:28 PM IST

নতুন দিল্লী, 18 জানুৱাৰীঃ " যদি চৰকাৰে নাগালেণ্ড, অৰুণাচল প্রদেশ, মণিপুৰ, মিজোৰাম আৰু মেঘালয়ৰ ওপৰত "CAA" ৰ প্ৰভাৱ নেপেলায় তেন্তে ত্ৰিপুৰাক কিয় নোৱাৰে ৷ এই আইনখনে ৰাজ্যখনৰ সংস্কৃতি আৰু পৰিচয়ৰ ওপৰত ভয়াৱহ প্ৰভাৱ পেলাব ৷ " ই টিভি ভাৰতৰ স'তে হোৱা এক সাক্ষাৎকাৰত এই মন্তব্য কৰে জইন্ট মোভমেন্ট এগেইনষ্ট চিটিজেনশ্চিপ এমেণ্ডমেন্ট এক্টৰ মুখপাত্ৰ জগদীশ দেৱবৰ্মাই ৷

দৰাচলতে, নাগৰিকত্ব সংশোধনী আইনৰ সমগ্ৰ বিষয়টোৰ পৰা ত্ৰিপুৰাক সম্পূৰ্ণৰূপে দূৰত ৰাখিবলৈ শুকুৰবাৰে গৃহমন্ত্ৰী অমিত শ্বাহক আবেদন জনায় ইণ্ডিজেনিয়াচ নেশ্চনেলিষ্ট পাৰ্টি অৱ টুইপ্ৰা (INPT) আৰু জইন্ট মোভমেন্ট এগেইনষ্ট চিটিজেনশ্চিপ এমেণ্ডমেন্ট এক্ট (JMACAA) ৰ নেতা সকলে ৷

JMACAA ৰ মুখপাত্ৰ জগদীশ দেৱবৰ্মাৰ CAA বিৰোধীতা

উল্লেখ্য যে শুকুৰবাৰে উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্য়সমূহৰ ৰাজনৈতিক দলৰ নেতাসকলৰ লগতে ভাৰতীয় জনতা দলৰ মৃত্ৰজোঁটৰ দল ইণ্ডিজেনিয়াচ পিপ'ল ফ্ৰ'ন্ট অৱ ত্ৰিপুৰা আৰু জইন্ট মোভমেন্ট এগেইনষ্ট চিটিজেনশ্চিপ এমেণ্ডমেন্ট এক্টৰ নেতৃত্বক সাক্ষাৎ কৰে গৃহ মন্ত্ৰী অমিত শ্বাহে ৷

তিনিটা জনজাতীয় ৰাজনৈতিক দল ক্ৰমে, নেশ্চনেল কাউনচিল অৱ ত্ৰিপুৰা, ইণ্ডিজেনিয়াচ নেশ্চনেলিষ্ট পাৰ্টি অৱ ত্ৰিপুৰা, তিপ্ৰালেণ্ড ষ্টেট পাৰ্টিৰ লগতে বিভিন্ন সামাজিক সংগঠনৰ যৌথ মঞ্চত সৃষ্টি হয় জইন্ট মোভমেন্ট এগেইনষ্ট চিটিজেনশ্চিপ এমেণ্ডমেন্ট এক্ট ৷

লগতে পঢ়কঃ CAAৰ বিৰুদ্ধে মৰাণত ভোজপুৰী যুৱ ছাত্ৰ পৰিষদৰ বিশাল প্ৰতিবাদী কাৰ্যসূচী

Intro:New Delhi: Leaders of Indigenous Nationalist Party of Twipra (INPT) and Joint Movement against Citizenship Amendment Act (JMACAA) on Friday appealed Home Minister Amit Shah to keep Tripura out of the ambit of Citizenship Amendment Act (CAA).

Body:The joint INPT and JMACAA delegation called on Home Minister Shah at his residence Friday evening and appraised him about the concern of the indeginious people of Tripura.

Talking to ETV Bharat, JMACAA spokesperson Jagadish Debbarma said that this Act has posed as a serious threat to the culture and identity of the people of the state.

"If Government can keep Nagaland, Arunachal Pradesh, Manipur, Mizoram and even Meghalaya out of the ambit of the Act, why not Tripura!" said Debbarma.

Debbarma is also the general secretary of INPT.

Conclusion:Debbarma said that they had been opposing the Citizenship Amendment Bill ever since it was initiated in 2016.

He said that INPT will never accept CAA.

It may be mentioned here that both the parties have already observed road and rail blockade in Tripura in the recent past opposing the CAA.

Interestingly, Tripura Chief Minister Biplab Kumar Deb has welcomed CAA.

end.

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.