ETV Bharat / bharat

কৰ'ণাভাইৰাছ আতংক : পুৰীত নিষেধ পৰ্যটক

author img

By

Published : Mar 15, 2020, 5:21 PM IST

পুৰীত পৰ্যটকৰ প্ৰৱেশত নিষেধাজ্ঞা আৰোপ কৰা হৈছে ৷ 15 মাৰ্চৰ পৰা 31 মাৰ্চলৈ এই নিষেধাজ্ঞা ৷

কৰ'ণাভাইৰাছ আতংক
পুৰীত নিষেধ পৰ্যটক

নেশ্যনেল ডেস্ক, 15 মাৰ্চ : 15 মাৰ্চৰ পৰা 31 মাৰ্চলৈ পুৰীত পৰ্যটকৰ উপস্থিতিত নিষেধাজ্ঞা আৰোপ কৰা হৈছে ৷ শনিবাৰে বিয়লি ভাগত ট্ৰেভেল এজেন্সীৰ সৈতে এখন জৰুৰীকালিন বৈঠক অনুষ্ঠিত কৰি এই সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷ সতাপাদাৰ পৰা পুৰী, ভুৱনেশ্বৰ আৰু চন্দ্ৰভাগা, পুৰীৰ পৰা কোনাৰ্ক আৰু ককতপুৰৰ সকলো বাছ বাতিল কৰাৰ কথা ঘোষণা কৰা হৈছে ৷

পুৰীত নিষেধ পৰ্যটক

এই সম্পৰ্কত কোনো সন্দেহযুক্ত ঘটনা পোহৰলৈ আহিলে পৰিৱহন বিভাগক তৎক্ষণাত ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ প্ৰদান কৰা হৈছে ৷ ইয়াৰোপৰি, হোটেল কৰ্তৃপক্ষয়ো এই সম্পৰ্কত সন্দেহযুক্ত কোনো তথ্য লাভ কৰিলে অতি সোনকালে অৱগত কৰিবলৈ জনোৱা হৈছে ৷ এই নিৰ্দেশ পালন নকৰিলে হোটেল কৰ্তৃপক্ষৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলিও জানিবলৈ দিয়া হৈছে ৷

উল্লেখ্য যে, প্ৰতিদিনে প্ৰায় 700 ৰ পৰা 800 পৰ্যটক পবিত্ৰ স্থান পুৰী ভ্ৰমণৰ বাবে উপস্থিত হয় ৷

আৰু পঢ়ক : কৰ'নাৰ আতংকঃ 29 মাৰ্চ পৰ্যন্ত বন্ধ থাকিব সকলো চৰকাৰী বেচৰকাৰী শিক্ষানুষ্ঠান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.