ETV Bharat / bharat

তিহাৰ কাৰাগাৰত এগৰাকী বন্দীৰ আত্মহত্যা

author img

By

Published : Feb 7, 2020, 6:29 PM IST

দিল্লীৰ তিহাৰ কাৰাগাৰত অগৰাকী 21 বছৰীয়া বন্দীয়ে শুকুৰবাৰে পুৱা শৌচালয়ত চিপ লৈ আত্মহত্যা কৰে ৷ ব্যক্তিজনক চুৰিৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছিল ৷

তিহাৰ কাৰাগাৰ
তিহাৰ কাৰাগাৰ

নেশ্যনেল ডেস্ক, 7 ফেব্ৰুৱাৰীঃ শুকুৰবাৰে পুৱা তিহাৰ কাৰাগাৰৰ এগৰাকী বিচাৰাধীন বন্দীয়ে, নিজকে শৌচালয়ৰ ভিতৰত বন্ধ কৰি চিপ লৈ, আত্মহত্যা কৰে বুলি এক তথ্য অনুসৰি জানিব পৰা গৈছে ৷ নিহত ব্যক্তিগৰাকীৰ নাম গগন (21) ৷ ব্যক্তিজন 3 নং কাৰাগাৰৰ বন্দী আছিল ৷ মৃত বন্দীজনক চুৰিৰ অভিযোগত গ্ৰপ্তাৰ কৰা হৈছিল বুলি কাৰাগাৰ কৰ্তৃপক্ষই জানিবলৈ দিয়ে ৷

লগতে পঢ়ক ঃ দিল্লী কাৰ হাতত ?

ZCZC
PRI DSB ESPL NAT
.NEWDELHI DES10
DL-TIHAR JAIL-SUICIDE
Tihar jail inmate commits suicide
         New Delhi, Feb 7 (PTI) An under-trial inmate of Delhi's Tihar jail allegedly committed suicide by hanging himself inside the toilet on Friday morning, officials said.
         The deceased has been identified as Gagan (21), who was lodged in jail number three, they said. PTI AMP BUN BUN
TDS
TDS
02071540
NNNN
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.