ETV Bharat / bharat

জম্মু-কাশ্মীৰৰ পুলৱামাত নিহত 3 সন্ত্ৰাসবাদী

author img

By

Published : Aug 29, 2020, 9:04 AM IST

সন্ত্ৰাসবাদীৰ গুলীচালনাৰ প্ৰত্যুত্তৰত সুৰক্ষা বাহিনীৰ জোৱানসকলে কৰা গুলীচালনাত নিহত হয় সন্ত্ৰাসবাদী তিনিটা ৷

Three terrorists killed in encounter in Jammu and Kashmir's Pulwama
জম্মু-কাশ্মীৰত সুৰক্ষা বাহিনীৰ সংঘৰ্ষত নিহত 3 সন্ত্ৰাসবাদী

জম্মু কাশ্মীৰ, 29 আগষ্ট : জম্মু-কাশ্মীৰৰ পুলৱামা জিলাৰ জাদোৰাত শুকুৰবাৰে নিশা সুৰক্ষা বাহিনীৰ সৈতে হোৱা সংঘৰ্ষত 3 সন্ত্ৰাসবাদী নিহত হয় ৷ জম্মু-কাশ্মীৰৰ ছোপিয়ান জিলাত শুকুৰবাৰে দিনত সুৰক্ষা বাহিনীৰ এনকাউণ্টাৰত 4 সন্ত্ৰাসবাদী নিহত হয় ৷ ইয়াৰ পাছতেই সুৰক্ষা বাহিনীৰ দলে জাদোৰা সন্ত্ৰাসবাদীৰ উপস্থিতিৰ সম্ভেদ লাভ কৰাত অঞ্চলটোত তালাচী অভিযান চলায় ৷

সুৰক্ষা বাহিনীৰ তালাচী অভিযানৰ সময়ত সন্ত্ৰাসবাদীৰ দলটোৱে জোৱানসকলক উদ্দেশ্যি গুলীচালনা কৰে ৷ সন্ত্ৰাসবাদীৰ গুলীচালনাৰ প্ৰত্যুত্তৰত সুৰক্ষা বাহিনীৰ জোৱানসকলেও গুলীচালনা কৰে ৷ এই গুলিচালনাত 3 সন্ত্ৰাসবাদী নিহত হয় ৷ অঞ্চলটোত বৰ্তমানো সংঘৰ্ষ অব্যাহত আছে ৷

লগতে পঢ়ক : গণ সুৰক্ষা পাৰ্টীৰ প্ৰাৰ্থী ঘনশ্যাম দাসৰ নিৰ্বাচনী প্ৰচাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.