ETV Bharat / bharat

থানেত তিনি মহলীয়া ভৱন খহি 8 গৰাকীৰ মৃত্যু

author img

By

Published : Sep 21, 2020, 8:04 AM IST

এটা তিনি মহলীয়া ভৱন খহি পৰাত মৃত্যুক সাবটি লৈছে 8 গৰাকীকৈ লোকে ৷ মহাৰাষ্ট্ৰৰ থানেত এই দুৰ্ভাগ্যজনক ঘটনাটো সংঘটিত হৈছে ৷ 20 গৰাকী লোকক উদ্ধাৰ ৷ অধিক লোক আৱদ্ধ হৈ থকাৰ সন্দেহ প্ৰকাশ ৷

তিনি মহলীয়া ভৱন খহি 8 গৰাকীৰ মৃত্যু
তিনি মহলীয়া ভৱন খহি 8 গৰাকীৰ মৃত্যু

নেশ্যনেল ডেস্ক, 21 চেপ্তেম্বৰ: তিনি মহলীয়া এটা ভৱন খহি পৰাত সোমবাৰে কৰুণভাৱে মৃত্যুক সাৱটিলে 8 গৰাকীকৈ লোকে ৷ মহাৰাষ্ট্ৰৰ থানেৰ ভিৱাণ্ডিৰ পেটেল কম্পাউণ্ড অঞ্চলত তিনি মহলীয়া ভৱন এটা খহি পৰাত এই দুৰ্ভাগ্যজনক ঘটনাটো সংঘটিত হয় ৷ এন ডি আৰ এফে জনোৱা তথ্য অনুসৰি এতিয়ালৈকে 20 জন লোকক উদ্ধাৰ কৰা হৈছে ৷ অৱশ্যে এতিয়াও প্ৰায় 20 ৰ পৰা 25 জন লোক ধ্বংসস্তূপৰ মাজত আৱদ্ধ হৈ থকাৰ আশংকা কৰা হৈছে ৷

তিনি মহলীয়া ভৱন খহি মৃত্যুক সাবটিলে 8 গৰাকীয়ে

লগতে পঢ়ক: এৰনাকুল্লামৰ মেজিষ্ট্ৰেট কোৰ্টে ৰিমাণ্ডলৈ লৈছে তিনি অল কায়দা সদস্যক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.