ETV Bharat / bharat

খেলি থকা অৱস্থাতেই অন্ধ্ৰ প্ৰদেশত মৃত্যু অসমৰ 6 বছৰীয়া শিশুৰ - বাক্সা জিলা

গাড়ী এখনৰ ভিতৰত সমনীয়াৰ সৈতে খেলি থাকোতে মৃত্যু হয় তিনি শিশুৰ ৷ দুৰ্ভাগ্যৱশতভাৱে গাড়ী খনৰ দৰ্জা বন্ধ হৈ যোৱাত উশাহ নাপায় তিনিওগৰাকী শিশুৰ মৃত্যু হয় ৷ অসমৰ মৃত্যু হোৱা শিশুটো বাক্সা জিলাৰ কমলপুৰৰ খান্দিকৰ গাঁৱৰ য়াছমিন বুলি জানিব পৰা গৈছে ৷

খেলি থকা অৱস্থাতেই অন্ধ্ৰ প্ৰদেশত মৃত্যু অসমৰ 6 বছৰীয়া শিশুৰ
খেলি থকা অৱস্থাতেই অন্ধ্ৰ প্ৰদেশত মৃত্যু অসমৰ 6 বছৰীয়া শিশুৰ
author img

By

Published : Aug 6, 2020, 9:13 PM IST

নিউজ ডেস্ক, 6 আগষ্টঃ অন্ধ্ৰ প্ৰদেশৰ কৃষ্ণা জিলাৰ ৰিমাল্লে গাঁৱত বৃহস্পতিবাৰে সংঘটিত হৈছে এটি শোকাৱহ দুৰ্ঘটনা ৷ এই শোকাৱহ দুৰ্ঘটনাটোত অন্য দুগৰাকী সমনীয়াৰ সৈতে প্ৰাণ হেৰুৱাইছে অসমৰো এগৰাকী 6 বছৰীয়া শিশুৱে ৷ শিশুটোৰ নাম য়াছমিন বুলি জানিব পৰা গৈছে ৷ তেওঁৰ ঘৰ বাক্সা জিলাৰ কমলপুৰৰ খান্দিকৰ গাঁৱত বুলি জানিব পৰা গৈছে ৷

অভিশপ্ত বাহনখন
অভিশপ্ত বাহনখন

ঘটনা অনুসৰি, তিনিটা শিশুৱে AP 16 BW 0576 নম্বৰৰ ফৰ্ড ফিগ’ বাহন এখনত খেলি থকা অৱস্থাত বাহন খনৰ দৰ্জা বন্ধ হৈ পৰে ৷ তাৰ পিছতেই উশাহ নাপায় তিনিওগৰাকী শিশুৰে মৃত্যু হয় ৷

শোকাৱহ ঘটনাত মৃত্যু তিনি শিশুৰ
শোকাৱহ ঘটনাত মৃত্যু তিনি শিশুৰ
শোকাৱহ ঘটনাত মৃত্যু তিনি শিশুৰ
শোকাৱহ ঘটনাত মৃত্যু তিনি শিশুৰ
শোকাৱহ ঘটনাত মৃত্যু তিনি শিশুৰ
শোকাৱহ ঘটনাত মৃত্যু তিনি শিশুৰ

লগতে পঢ়কঃ নতুন শিক্ষা নীতি ৰূপায়নৰ পূৰ্বে বড়ো মাধ্যমৰ সমস্য়া সমাধানৰ দাবী এবছুৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.