ETV Bharat / bharat

কন্যাকুমাৰীৰ পৰা কাশ্মীৰলৈ চাইকেল চলোৱা 13 বছৰীয়া কিশোৰজন

অজিত কৃষ্ণা নামৰ কেৰালাৰ 13 বছৰীয়া কিশোৰজনে গীনিজ ৱৰ্ল্ড ৰেকৰ্ড স্থাপনৰ লক্ষ্যৰে কন্যাকুমাৰীৰ পৰা কাশ্মীৰলৈ বুলি চাইকেল চলায় ৷

কন্যাকুমাৰীৰ পৰা কাশ্মীৰলৈ চাইকেল চলোৱা 13 বছৰীয়া কিশোৰজন
author img

By

Published : Sep 11, 2019, 9:38 PM IST

নিউজ ডেস্ক, 11 চেপ্তেম্বৰঃ অসম্ভৱকো সম্ভৱ কৰি তোলা কেৰালাৰ এগৰাকী তেৰ বছৰীয়া কিশোৰ ৷ মাত্ৰ তেৰ বছৰ বয়সতে কন্যাকুমাৰীৰ পৰা চাইকেল চলাই গৈ উপস্থিত হয় কাশ্মীৰত ৷ লক্ষ্য এটাই গীনিজ ৱৰ্ল্ড ৰেকৰ্ডছত নিজৰ নাম সংযোজন কৰা ৷ দীৰ্ঘ দুৰত্বৰ চাইকেল যাত্ৰাত 15 বছৰ বয়সৰ শাখাত এই অভিলেখ স্থাপন কৰিবলৈ সক্ষম হৈছে কিশোৰজনে ৷

কন্যাকুমাৰীৰ পৰা কাশ্মীৰলৈ চাইকেল চলোৱা 13 বছৰীয়া কিশোৰজন

কেৰালাৰ পালাক্কাড় জিলাৰ চিত্তুৰৰ বাসিন্দা কিশোৰজনে সৰ্বমুঠ 4185 কিলোমিটাৰ চাইকেলেৰে যাত্ৰা কৰিব ৷ চলিত বৰ্ষৰ জুলাই মাহৰ 10 তাৰিখে আৰম্ভ কৰা এই যাত্ৰাই আজি 30 দিন সম্পন্ন কৰে আৰু কিশোৰজনে সৰ্বাধিক 4000 কিলোমিটাৰ যাত্ৰাপথ অতিক্ৰম কৰে ৷

বৰ্তমানে ৱাঘা সীমান্তত উপস্থিত হোৱা অজিত কৃষ্ণাক দেশৰ গৃহমন্ত্ৰালয়ে শুভেচ্ছা প্ৰদান কৰে ৷ ৱাঘা সীমান্তত উপস্থিত হোৱা অজিত কৃষ্ণাক বি এছ এফৰ তৰফৰ পৰাও বিশেষ সন্মান প্ৰদান কৰা হয় ৷ চিত্তুৰ গাঁৱৰ প্ৰনেশ ৰাজেন্দ্ৰন আৰু অৰ্চনা গীতাৰ পুত্ৰ অজিত কৃষ্ণাৰ এই যাত্ৰাক সকলোৱে উৎসাহ প্ৰদান কৰাৰ লগতে বহুতেই সহযোগ কৰে ৷

Intro:Body:

Thirteen old rides bicycle from Kanyakumari to Kashmir

Palakkad: Ajith Krishna, a thirteen year old boy from Kerala, rides bicycle from Kanyakumari to Kashmir with the aim of Guinness Record for Youngsters(below 15 years) Long-Distance Bicycle Rides.

He hails from Chittoor, Palakkad district of Kerala. The journey started from Chittoor on July 10, 2019 with the aim of completing 4,000 km in 30 days. 

But it only took 25 days to reach Kashmir, which is 4185 km from Kanyakumari. In recognition of his youthful performance, the Union Home Ministry gave a warm welcome to Ajith at Wagah border, Punjab. Ajith was also invited to participate in yesterday's BSF parade and flag raising at the Wagah border. 

Ajith is the son of Praneesh Rajendran and Archana Geetha, natives of Chittoor South Village Palakkad.

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.