ETV Bharat / bharat

দেশীয় যুদ্ধজাহাজ নিৰ্মাণৰ ক্ষেত্ৰত নতুন মাইলষ্টোন

author img

By

Published : Apr 20, 2019, 11:02 PM IST

প্ৰতিৰক্ষাৰ দিশত নতুন সফলতা অৰ্জন ভাৰতীয় নৌ - সেনাৰ ৷ শনিবাৰে নৌ - সেনাৰ জাহাজ নিৰ্মাণ কোম্পানী মাজাগন ডক লিমিটেডত প্ৰজেক্ট 15বিৰ তৃতীয়খন যুদ্ধ জাহাজ ইম্ফলৰ সফল উন্মোচন সম্পন্ন কৰে ৷ এই অনুষ্ঠানত উপস্থিত থাকে নৌ-সেনাধ্যক্ষ এডমিৰেল সুনীল লান্বা আৰু বহু নৌ - বিষয়া ৷

THIRD SHIP OF PROJECT 15B LAUNCHED

মুম্বাই, 20 এপ্ৰিল: ভাৰতীয় নৌ - সেনাই শনিবাৰে নৌ - সেনাৰ জাহাজ নিৰ্মাণ কোম্পানী মাজাগন ডক লিমিটেডত প্ৰজেক্ট 15বিৰ তৃতীয়খন যুদ্ধ জাহাজ ইম্ফলৰ সফল উন্মোচন সম্পন্ন কৰে ৷ নৌ - বিভাগৰ বহুসংখ্যক বিষয়াৰ উপস্থিতিত হৰ্ষ - ধ্বনিৰে 3037 টন ওজনৰ জাহাজখন দিনৰ 12:20 বজাত সফলভাৱে পানীৰ মাজলৈ এৰি দিয়া হয় ৷ নৌ - সেনাধ্যক্ষ এডমিৰেল সুনীল লাণ্বাৰ পত্নী তথা এন ডব্লিউ ডব্লিউ এৰ সভানেত্ৰী ৰীণা লান্বাই জাহাজৰ টিঙত নাৰিকল ভাঙি ইয়াৰ শুভাৰম্ভ কৰে ৷

THIRD SHIP OF PROJECT 15B LAUNCHED

উল্লেখ্য যে, নতুন দিল্লীস্থিত ভাৰতীয় নৌ - সেনা ডিজাইন নিৰ্দেশালয়ত এই জাহাজসমূহৰ নক্সা তৈয়াৰ কৰা হয় ৷ অত্যাধুনিক পদ্ধতিৰে নিৰ্মিত এই জাহাজসমূহৰ নক্সা তৈয়াৰ তথা নিৰ্মাণে প্ৰতিৰক্ষাৰ দিশত ভাৰতৰ আত্মনিৰ্ভৰশীলতাৰ প্ৰমাণ দৰ্শায় ৷

THIRD GUIDED MISSILE DESTROYER, IMPHAL (YARD 12706) LAUNCHED AT MAZAGON DOCK, MUMBAI*

PRANAB KUMAR DAS

Tezpur: April 20: The launch of third ship of Project 15B (Yard 12706), Guided Missile Destroyer Imphal, today (20 Apr 19) at Mazagon Dock Shipbuilders Limited, Mumbai, marks yet another significant milestone in the annals of the indigenous warship design and construction programme of India.  With a launch weight of 3037 tonnes, the vessel made its first contact with water at 12:20 PM with full fanfare during the launching ceremony graced by the Chief of Naval Staff, Admiral Sunil Lanba. In keeping with maritime traditions, Smt Reena Lanba, President NWWA, named the ship 'Imphal' and broke a coconut on the ship’s bow prior launching the ship, as invocation from the Atharva Veda was being rendered.

Project 15B ships feature cutting edge advanced technology and are comparable to the ships of similar class anywhere in the world.  These ships have been designed indigenously by the Indian Navy’s Directorate of Naval Design, New Delhi.  Each ship spans 163 meters in length and 17.4 meters at beam and displaces 7300 tonnes.  These ships will be propelled by four gas turbines to achieve speeds in excess of 30 knots.  The P15B destroyers incorporate new design concepts for improved survivability, sea keeping, stealth and ship manoeuvrability.  Enhanced stealth features have been achieved through shaping of hull and use of radar transparent deck fitting which make these ships difficult to detect.  P 15B ships will be equipped to carry and operate two multiple role helicopters. 

These ships are packed with an array of state of the art weapons and sensors, including multi-functional surveillance radars and vertically launched missile system for long distance engagement of shore, sea-based and air targets.  With significant indigenous content, these ships are a true hallmark of self-reliance attained by our country in warship design and shipbuilding, and a shining example of the ‘Make in India’ philosophy.
---------------------------------------
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.