ETV Bharat / bharat

নিৰ্ভয়া ধৰ্ষণকাণ্ডঃ ৰাষ্ট্ৰপতিৰ ওচৰত ক্ষমা আৱেদন দোষী অক্ষয় ঠাকুৰৰ - নিৰ্ভয়া ধৰ্ষণকাণ্ডঃ ৰাষ্ট্ৰপতিৰ ওচৰত ক্ষমা আবেদন দোষী অক্ষয় ঠাকুৰৰ

নিৰ্ভয়া ধৰ্ষণকাণ্ডৰ তৃতীয়জন দোষীয়ে ৰাষ্ট্ৰপতিৰ ওচৰত দাখিল কৰিলে ক্ষমা আৱেদন ৷

অক্ষয় ঠাকুৰ
নিৰ্ভয়া ধৰ্ষণকাণ্ডঃ ৰাষ্ট্ৰপতিৰ ওচৰত ক্ষমা আবেদন দোষী অক্ষয় ঠাকুৰৰ
author img

By

Published : Feb 1, 2020, 2:02 PM IST

নতুন দিল্লী, 1 ফেব্ৰুৱাৰীঃ শনিবাৰে ৰাষ্ট্ৰপতিৰ ওচৰত ক্ষমা আবেদন দাখিল কৰিলে নিৰ্ভয়া ধৰ্ষণকাণ্ড সন্দৰ্ভত মৃত্যুদণ্ড লাভ কৰা অক্ষয় ঠাকুৰে ৷ নিৰ্ভয়া ধৰ্ষণকাণ্ডত জড়িত 4 জন দোষীৰ ভিতৰত অক্ষয় ঠাকুৰ হৈছে ক্ষমা আৱেদন বিচৰা তৃতীয়জন দোষী ৷ ইতিমধ্যে এই ঘটনা সন্দৰ্ভত দোষী বিনয় শৰ্মা আৰু মুকেশ সিঙৰ ক্ষমা আবেদন খাৰিজ কৰিছে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে ৷

উল্লেখ্য যে, 1 ফেব্ৰুৱাৰীত ফাঁচী দিয়াৰ নিৰ্দেশ দিয়া হৈছিল নিৰ্ভয়া কাণ্ডৰ চাৰিজনকৈ দোষী অক্ষয় ঠাকুৰ, মুকেশ সিঙ, পাৱন গুপ্তা আৰু বিনয় শৰ্মাক৷ দিল্লীৰ পাটিয়ালা হাউচ আদালতে প্ৰদান কৰে এই নিৰ্দেশ ৷ কিন্তু শনিবাৰে নিৰ্ভয়া কাণ্ডৰ দুই দোষীৰ আৱেদনৰ শুনানি লোৱা হৈছিল বাবেই স্থগিত হয় ফাঁচীৰ নিৰ্দেশ ৷

আৰু পঢ়কঃ ৰাষ্ট্ৰপতিয়ে খাৰিজ কৰিলে নিৰ্ভয়া কাণ্ডৰ দোষীৰ ক্ষমা আৱেদন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.