ETV Bharat / bharat

আফগানিস্থানৰ পৰা বিশেষ বিমানেৰে দিল্লীত উপস্থিত হিন্দু আৰু শিখ সম্প্ৰদায়ৰ তৃতীয়টো দল - অল্পকালীন ভিজা

কাবুলৰ ভাৰতীয় দুতাবাসৰ দ্বাৰা ভাৰতলৈ আহিবলগীয়া লোক সকলক অল্পকালীন ভিজা প্ৰদান কৰা হয় ৷ ভাৰত চৰকাৰৰ নবীনতম ক'ভিড-19 প্ৰট'কলৰ মতে, এই সকল আফগান নাগৰিকক পৃথক কৰি দিয়া হ‘ব ৷ এইসকলৰ থকা আৰু পুনৰ সংস্থাপনৰ ব্যৱস্থা দিল্লীৰ শিখ গুৰুদ্বাৰাৰ প্ৰবন্ধক কমিটিৰ দ্বাৰা কৰা হয় ৷

Third batch of Afghan minorities with Sri Guru Granth Sahib reaches New Delhi
বিশেষ বিমানেৰে দিল্লীত উপস্থিত আফগানিস্থানৰ পৰা হিন্দু আৰু শিখ সম্প্ৰদায়ৰ তৃত্বীয় দল
author img

By

Published : Aug 21, 2020, 6:19 PM IST

নিউজ ডেস্ক, 21 আগষ্ট: পাকিস্তান সমৰ্থিত তালিবানৰ হাতত উৎপীড়নৰ বলি হোৱা হিন্দু আৰু শিখ সম্প্ৰদায়ৰ 128 গৰাকী সদস্যৰ তৃতীয় দলটো ভাৰত চৰকাৰৰ দ্বাৰা সুবিধাপ্ৰাপ্ত এক বিশেষ বিমানেৰে নতুন দিল্লীত উপস্থিত হয় ৷ প্ৰথমবাৰ শ্ৰীগুৰু গ্ৰন্থ চাহিবক শিখ সকলৰ দ্বাৰা আফগানিস্থানৰ পৰা অনা হয় ৷ ভাৰতত মুঠ 173 গৰাকী হিন্দু আৰু শিখ উপস্থিত হয় ৷

কাবুলৰ ভাৰতীয় দুতাবাসৰ দ্বাৰা ভাৰতলৈ আহিবলগীয়া লোক সকলক অল্পকালীন ভিজা প্ৰদান কৰা হয় ৷ ভাৰত চৰকাৰৰ নবীনতম ক'ভিড-19 প্ৰট'কলৰ মতে, এই সকল আফগান নাগৰিকক পৃথক কৰি দিয়া হ‘ব ৷ এইসকলৰ থকা আৰু পুনৰ সংস্থাপনৰ ব্যৱস্থা দিল্লীৰ শিখ গুৰুদ্বাৰাৰ প্ৰবন্ধক কমিটিৰ দ্বাৰা কৰা হয় ৷

শিৰোমণি আকালী দলৰ ৰাষ্ট্ৰীয় প্ৰবক্তা মজিন্দৰ সিং সিৰচাই এক মন্তব্যত কয় যে, "DSGMC ৰ সহায় আৰু ভিজাৰ ব্যৱস্থা কৰাৰ বাবে ভাৰত চৰকাৰৰ প্ৰতি কৃতজ্ঞ ৷ এতিয়ালৈকে প্ৰায় 180 গৰাকী হিন্দু আৰু শিখ ভাৰতত উপস্থিত হয় ৷ এয়া তৃতীয়টো দলক ভাৰতলৈ অনা হয় ৷"

ভাৰতে আফগানিস্থানত সুৰক্ষাৰ সংকটত ভুগা আফগান হিন্দু আৰু শিখ সম্প্ৰদায়ৰ লোক সকল ভাৰতলৈ উভতাৰ ক্ষেত্ৰত, কৰ‘ণা মহামাৰীৰ মাজতো সকলো ধৰণৰ সুবিধা আগবঢ়াই আছে ৷

লগতে পঢ়ক : অৰুণাচলৰ চাংলাঙত এনএছচিএনৰ কেডাৰ আটক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.