ETV Bharat / bharat

নগৰোটা এনকাউন্টাৰঃ পাকিস্তানত বহি 4 সন্ত্ৰাসবাদীক নিয়ন্ত্ৰণ কৰিছিল কোনে ?

পাকিস্তানৰ চোৰাংচোৱা সংস্থা আই এছ আইয়ে মৌলানা মছুদ আজহাৰৰ নেতৃত্বাধীন জইচ-ই-মহম্মদক পুলৱামাৰ দৰে আত্মঘাতী আক্ৰমণৰ ঘটনা সংঘটিত কৰাৰ কাম অৰ্পণ কৰিছিল ৷ চৰকাৰী সূত্ৰই জনালে এই কথা ৷

Terrorist Masood Azhar's brother was handler of 4 Jaish suicide attackers killed in Nagrota encounter
নগৰোটা এনকাউন্টাৰঃ পাকিস্তানত বহি 4 সন্ত্ৰাসবাদীক নিয়ন্ত্ৰণ কৰিছিল কোনে ?
author img

By

Published : Nov 21, 2020, 8:17 PM IST

নতুন দিল্লী, 21 নৱেম্বৰ : জম্মু-কাশ্মীৰৰ নগৰোটাত বৃহস্পতিবাৰে সুৰক্ষাকৰ্মী আৰু সন্ত্ৰাসবাদীৰ মাজত হোৱা সংঘৰ্ষত জইচ-ই-মহম্মদ চাৰি সন্ত্ৰাসবাদী নিহত হৈছিল ৷ সুৰক্ষাকৰ্মীৰ অভিযানত নিহত হৈছিল আটাইকেইটা সন্ত্ৰাসবাদী ৷ সূত্ৰ অনুসৰি মষ্ট ৱাণ্টেড সন্ত্ৰাসবাদী মছুদ আজহাৰৰ ভাতৃয়ে পাকিস্তানত বহি এই সন্ত্ৰাসবাদী কেইটাক নিয়ন্ত্ৰণ কৰি আছিল ৷

Terrorist Masood Azhar's brother was handler of 4 Jaish suicide attackers killed in Nagrota encounter
নগৰোটা এনকাউন্টাৰঃ পাকিস্তানত বহি 4 সন্ত্ৰাসবাদীক নিয়ন্ত্ৰণ কৰিছিল কোনে ?

সুত্ৰৰ পৰা লাভ কৰা তথ্য অনুসৰি, পাকিস্তানৰ চোৰাংচোৱা সংস্থা আই এছ আইয়ে জইচ-ই-মহম্মদক পুলৱামাৰ দৰে আত্মঘাতী আক্ৰমণৰ ঘটনা সংঘটিত কৰাৰ কাম অৰ্পণ কৰিছিল ৷ যাৰ পাছতে চাৰি সন্ত্ৰাসবাদীক 18/19 নৱেম্বৰত কাশ্মীৰৰ ছাম্বা চেক্টৰেৰে ভাৰতত অনুপ্ৰৱেশ কৰোৱা হৈছিল ৷ কিন্তু ভাৰতীয় সুৰক্ষা কৰ্মীৰ দলে জম্মু চেক্টৰৰ নগৰোটাৰ সমীপত হোৱা সংঘৰ্ষত সন্ত্ৰাসবাদী কেইটা নিহত কৰে ৷

চৰকাৰী সূত্ৰই জনোৱা মতে, পাকিস্তানৰ চোৰাংচোৱা সংস্থা আই এছ আইয়ে মৌলানা মছুদ আজহাৰৰ নেতৃত্বাধীন জইচ-ই-মহম্মদক পুলৱামাৰ দৰে আত্মঘাতী আক্ৰমণৰ ঘটনা সংঘটিত কৰাৰ কাম অৰ্পণ কৰিছিল ৷

লগতে পঢ়ক: জম্মু-কাশ্মীৰত জৈছ-এ-মহম্মদৰ দুই সহযোগী গ্ৰেপ্তাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.