ETV Bharat / bharat

হায়দৰাবাদত পুনৰ সংঘটিত ধৰ্ষণৰ ঘটনা

author img

By

Published : Dec 15, 2019, 8:38 AM IST

14 বছৰীয়া কিশোৰীক ধৰ্ষণ কৰে চুবুৰীয়া কিশোৰ এজনে ৷ চুবুৰীয়া কিশোৰে ভূক্তভোগী কিশোৰীগৰাকীক নিজৰ ঘৰলৈ নি এই ঘটনা সংঘটিত কৰে

হায়দৰাবাদত 14 বছৰীয়া কিশোৰীক ধৰ্ষণ
হায়দৰাবাদত 14 বছৰীয়া কিশোৰীক ধৰ্ষণ

নেচনেল ডেস্ক, 15 ডিচেম্বৰ: হায়দৰাবাদত পুনৰ সংঘটিত ধৰ্ষণৰ ঘটনা ৷ এইবাৰ এগৰাকী 14 বছৰীয়া কিশোৰীক ধৰ্ষণ কৰে চুবুৰীয়া কিশোৰ এজনে ৷ চত্ৰীনকা আৰক্ষীৰ তথ্য অনুসৰি, শনিবাৰে দুপৰীয়া ভূক্তভোগী কিশোৰী গৰাকী নিজৰ ঘৰৰ সন্মুখত ৰৈ আছিল ৷ তেনে সময়তে চুবুৰীয়া কিশোৰ জনে আহি ভূক্তভোগী গৰাকীক নিজৰ ঘৰলৈ নি এই ঘটনা সংঘটিত কৰে ৷

অভিযুক্তক গ্ৰেপ্তাৰৰ বাবে ইতিমধ্যে আৰক্ষীয়ে অভিযান আৰম্ভ কৰিছে ৷ অভিযুক্ত গৰাকীৰ বয়স বৰ্তমানলৈ জানিব পৰা যোৱা নাই যদিও, তেওঁৰ বয়স প্ৰায় 18 বা 19 বছৰৰ আশে পাশে হ'ব বুলি আৰক্ষীৰ লোকে জনায় ৷

লগতে পঢ়ক: প্ৰতিবাদ কৰিবলৈ গৈ দুৰ্ঘটনাত নিহত এজন যুৱক

Intro:Body:

telengana rape

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.