ETV Bharat / bharat

টেলিকম কোম্পানীলৈ উচ্চতম ন্যায়ালয়ৰ ডাঙৰ সকাহ - ভোডাফোন আইডিয়া লিমিটেড

দূৰসঞ্চাৰ ক্ষেত্ৰক ৰাষ্ট্ৰীয় দূৰসঞ্চাৰ নীতি, 1994ৰ অধীনত কাৰ্যকৰী কৰা হৈছিল ৷ যাৰ পাছতে এক নিশ্চিত অনুজ্ঞাপত্ৰ শুল্কৰ বিপৰীতে কোম্পানীসমূহক অনুজ্ঞাপত্ৰ প্ৰদান কৰা হয় ৷

telcos-get-10-years-to-pay-agr
টেলিকম কোম্পানী সমূহক উচ্চতম ন্যায়ালয়ে দিছে এক ডাঙৰ সকাহ
author img

By

Published : Sep 1, 2020, 9:13 PM IST

বিজনেছ ডেস্ক, 1 চেপ্টেম্বৰ : টেলিকম কোম্পানী সমূহক উচ্চতম ন্যায়ালয়ে দিছে এক ডাঙৰ সকাহ ৷ মঙলবাৰে 10 বছৰ ম্যাদত অৰ্থাৎ 31 মাৰ্চ 203 পৰ্যন্ত বাকী থকা এ জি আৰ পৰিশোধৰ বাবে অনুমতি প্ৰদান কৰিছে ৷

এই পদক্ষেপৰ বাবে বিশেষভাৱে ঋণত পোত গৈ থকা ভোডাফোন আইডিয়া লিমিটেডৰ লাভ হ‘ব ৷ ভোডাফোন আইডিয়া লিমিটেডে ইয়াৰ পূৰ্বে কৈছিল যে, যদিহে এবাৰতে তেওঁলোকক বাকী থকা ধন পৰিশোধৰ কৰিবলৈ কোৱা হয় তেন্তে হয়তো তেওলোকে কোম্পানীটোৰ ভাৰতত পৰিচালনা বন্ধ কৰিবলগীয়া হ‘ব পাৰে ৷

মঙলবাৰে শীৰ্ষ আদালতৰ সিদ্ধান্তই দূৰসঞ্চাৰ ক্ষেত্ৰৰ মূৰৰ ওপৰত তৰোৱালৰ দৰে ওলমি থকা দীঘলীয়া বিবাদৰ অন্ত পৰে ৷

দূৰসঞ্চাৰ ক্ষেত্ৰক ৰাষ্ট্ৰীয় দূৰসঞ্চাৰ নীতি, 1994ৰ অধীনত কাৰ্যকৰী কৰা হৈছিল ৷ যাৰ পাছতে এক নিশ্চিত অনুজ্ঞাপত্ৰ শুল্কৰ বিপৰীতে কোম্পানীসমূহক অনুজ্ঞাপত্ৰ প্ৰদান কৰা হয় ৷

লগতে পঢ়ক : ’২১ অৰ ফেব্ৰুৱাৰীত ৰাজ্য সভাৰ কাৰ্যকাল শেষ হ’বলৈ ওলোৱা আজাদৰ ৰাজনৈতিক ভৱিষ্যতৰ গুণাগথা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.