ETV Bharat / bharat

লক ডাউনৰ মাজতে তেলেংগানাত ২০৪ খন বাল্য-বিবাহ

author img

By

Published : Jun 28, 2020, 3:03 PM IST

লক ডাউনৰ মাজতে বিগত তিনি মাহত তেলেংগানাত ২০৪ খন বাল্য-বিবাহৰ ঘটনা সংঘটিত হয় বুলি সদৰি কৰে ৰাজ্যিক শিশু অধিকাৰ সুৰক্ষা আয়োগে ।

তেলেংগানা
লক ডাউনৰ মাজতে তেলেংগানাত ২০৪ খন বাল্য-বিবাহ

নিউজ ডেস্ক, ২৮ জুনঃ তেলেংগানা বিগত তিনি মাহত ২০৪ খন বাল্য-বিবাহৰ ঘটনা সংঘটি হয় বুলি সদৰি কৰে ৰাজ্যিক শিশু অধিকাৰ সুৰক্ষা আয়োগে । TSCPCRয়ে শনিবাৰে এক প্ৰেছ বিবৃতিৰ জৰিয়তে সদৰী কৰে যে, ঘটনা সন্দৰ্ভত ৰাজ্যৰ সকলো জিলাৰ কালেক্টৰ আৰু মেজিষ্ট্ৰেটক শিশু বিবাহ প্ৰতিৰোধ আইন, ২০০৬ ৰ বিষয়ে জনসাধৰণ অৱগত কৰাৰ উপৰিও এই বিষয়ে তদন্ত কৰিবলৈ নিৰ্দেশ দিয়ে । চাইল্ড লাইনে প্ৰকাশ কৰা অনুসৰি, মহামাৰী কৰ'ণা ভাইৰাছৰ দৰে সংকটৰ সময়তে তথা বিগত ২৪ মাৰ্চৰ পৰা ৩১ মে'লৈকে মুঠ ২০৪ খন বাল্য বিবাহ হৈ যায় । আয়োগে বিষয়টো গুৰুত্বপূৰ্ণভাৱে লোৱাৰ উপৰিও এই বিবাহৰ দ্বাৰা শিশু কন্যাসকলৰ জীৱনত গভীৰ প্ৰভাৱ পৰাৰ বিষয়ে উল্লেখ কৰে ।

লগতে পঢ়কঃ তেলেংগানাত বৃদ্ধি পাইছে কোভিড-১৯ত আক্ৰান্তৰ সংখ্যা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.