ETV Bharat / bharat

তেলেংগানা কেবিনেটৰ লকডাউন সম্পৰ্কত বৈঠক

author img

By

Published : May 18, 2020, 8:12 AM IST

ৰাজ্যখনৰ মুখ্যমন্ত্ৰী কে. ছন্দশেখৰ ৰাওৰ নেতৃত্বত আয়োজন কৰা হৈছে এক বৈঠক । চতুৰ্থ পৰ্যায়ৰ লকডাউনত কেন্দ্ৰই জাৰি কৰা নিৰ্দেশনা সমূহৰ কাৰ্যকৰীকৰণ সম্পৰ্কে সিদ্ধান্ত ল'ব এই বৈঠকত।

মুখ্যমন্ত্ৰী কে. ছন্দশেখৰ ৰাও
তেলেংগানা কেবিনেটৰ লকডাউন সম্পৰ্কত বৈঠক

নিউজ ডেস্ক, 18 মে': তেলেংগানা চৰকাৰে 18 মে'ত এক কেবিনেট বৈঠকৰ আহ্বান জনাইছে । মুখ্যমন্ত্ৰী কে. ছন্দশেখৰ ৰাওৰ অধ্যক্ষতাত এই বৈঠক আয়োজিত হ'ব । লকডাউনৰ চতুৰ্থ পৰ্যায় সম্পৰ্কে এই বৈঠকত আলোচনা কৰা হ'ব ।

কেন্দ্ৰই ইতিমধ্যে লকডাউন 31 মে'লৈ বৃদ্ধি কৰিছে আৰু এই সম্পৰ্কীয় নিৰ্দেশনা জাৰি কৰিছে । কেন্দ্ৰৰ নিৰ্দেশনা সমূহৰ কাৰ্যকৰীকৰণ সম্পৰ্কে আলোচনা কৰা হ'ব বৈঠকত । উল্লেখ্য যে, চতুৰ্থ পৰ্যায়ৰ লকডাউনত কেন্দ্ৰীয় চৰকাৰে ৰাজ্য চৰকাৰৰ হাতত অধিক ক্ষমতা অৰ্পণ কৰিছে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.