ETV Bharat / bharat

ৰাম মন্দিৰত 11 কোটি টকা দান কৰিলে সুৰাটৰ হীৰা ব্যৱসায়ীয়ে

উত্তৰ প্ৰদেশত থকা অযোধ্যাৰ ৰাম মন্দিৰ নিৰ্মাণৰ বাবে 11 কোটি টকা দান কৰে গুজৰাটৰ এজন হীৰা ব্যৱসায়ীয়ে ৷

ৰাম মন্দিৰত 11 কোটি টকা দান কৰিলে সুৰাটৰ হীৰা ব্যৱসায়ীয়ে
ৰাম মন্দিৰত 11 কোটি টকা দান কৰিলে সুৰাটৰ হীৰা ব্যৱসায়ীয়ে
author img

By

Published : Jan 18, 2021, 7:32 AM IST

Updated : Jan 18, 2021, 10:28 AM IST

নেশ্যনেল ডেস্ক, 18 জানুৱাৰী: গুজৰাটৰ এজন হীৰা ব্যৱসায়ীৰ বিশেষ পদক্ষেপ ৷ নিজৰ ব্যৱসায়ৰ লাভৰ 11 কোটি টকা দান কৰে উত্তৰ প্ৰদেশত থকা অযোধ্যাৰ ৰাম মন্দিৰ নিৰ্মাণৰ বাবে ৷ কৃষক পৰিয়ালত জন্ম গ্ৰহণ কৰা গোবিন্দ ধ'লাকীয়া নামৰ লোকজনে সপ্তম শ্ৰেণীলৈ শিক্ষা গ্ৰহণ কৰি কৰ্ম জীৱন আৰম্ভ কৰিছিল এটা হীৰাৰ উদ্যোগত ৷ তাৰ পৰা লাহে লাহে বছৰৰ পাচত বছৰ বাগৰি গৈ থাকিল আৰু লোকজনেও উদ্যোগটোৰ পৰা বহু ধন সংগ্ৰহ কৰি এজন সফল ব্যৱসায়ী হৈ পৰিল ৷

উল্লেখ্য যে,গোবিন্দ ধ'লাকীয়া নামৰ লোক জনে পাচলৈ নিজে হীৰাৰ উদ্যোগ খোলাৰ সিদ্ধান্ত লয় ৷ কেইজনমান বন্ধুৰ সৈতে লগ লাগি উদ্যোগ খোলাৰ সিদ্ধান্ত লোৱাৰ পাচতে ব্যৱসায়ীজনে 11 কোটি টকা ৰাম মন্দিৰ নিৰ্মাণৰ বাবে অনুদান আগবঢ়োৱাৰ কথা সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে ৷

লগতে পঢ়ক: জালোৰ দুৰ্ঘটনাৰ ভুক্তভোগীলৈ আৰ্থিক সাহাৰ্য ঘোষণা ৰাজস্থান চৰকাৰৰ

Last Updated : Jan 18, 2021, 10:28 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.