ETV Bharat / bharat

নিৰ্ভয়াৰ দোষীৰ সকলো আবেদন খাৰিজ উচ্চতম ন্যায়ালয়ৰ - নিৰ্ভয়াৰ দোষীৰ সকলো আবেদন খাৰিজ উচ্চতম ন্যায়ালয়ৰ

2.30 বজাৰ পৰা শুনানি আৰম্ভ হোৱাৰ পাছতে অধিবক্তাই পৱন গুপ্তাৰ উক্ত ঘটনাৰ সময়ত নাবালিক হৈ থকাৰ প্ৰমাণ দিয়ে৷

নিৰ্ভয়াৰ দোষীৰ সকলো আবেদন খাৰিজ উচ্চতম ন্যায়ালয়ৰ

author img

By

Published : Mar 20, 2020, 6:07 AM IST

নিউজ ডেস্ক, 20 মাৰ্চঃ নিৰ্ভয়া কাণ্ডৰ দোষীৰ শেষমূহুৰ্তৰ আবেদন খাৰিজ কৰে উচ্চতম ন্যায়ালয়ে ৷ চাৰি দোষীক ফাঁচীৰ পৰা ৰক্ষা কৰিবলৈ অভিযুক্তৰ ফালৰ অধিবক্তা এ পি সিঙে নিশা উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈ সকলো প্ৰকাৰৰ চেষ্টা অব্যাহত কৰে৷ মাজ নিশা 2.30 বজাৰ পৰা শুনানি আৰম্ভ হোৱাৰ পাছতে অধিবক্তাই পৱন গুপ্তাৰ উক্ত ঘটনাৰ সময়ত নাবালিক হৈ থকাৰ প্ৰমাণ দিয়ে৷ শেষ পৰ্যায়লৈ অধিবক্তাই চেষ্টা অব্যাহত ৰখাৰ লগতে উচ্চতম ন্যায়ালয়ে প্ৰতিখন আৱেদনৰ শুনানি কৰি অৱশেষত পৱন গুপ্তাৰ আৱেদন খাৰিজ কৰে ৷

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.