মুম্বাই, 16 জুন: শনিবাৰে ফেমিনা মিছ ইণ্ডিয়াৰ 56 শংখ্যক সংস্কৰণত 22 বছৰীয়া সুমন ৰাওৰ শিৰত জিলিকিল ফেমিনা মিছ ইণ্ডিয়া 2019ৰ মুকুট ৷ 2018ৰ ফেমিনা মিছ ইণ্ডিয়া অনুক্ৰিতী ভাছে এই সন্মান অৰ্পণ কৰে ৷ তেলাংগনাৰ চঞ্জনা ভিজ আৰু বিহাৰৰ শ্ৰেয়া শংকৰ ক্ৰমে প্ৰথম আৰু দ্বিতীয় ৰানাৰ্ছ আপ হিচাপে বিবেচিত হয় ৷
ৰাজাস্থানৰ সুমন ৰাৱৰ শিৰত মিছ ইণ্ডিয়াৰ মুকুট
কৰণ জোহৰ, ভিকি কৌশল আৰু 2017ৰ মিছ ইণ্ডিয়া ৱৰ্ল্ড মানুষি শ্বিলাৰে আঁত ধৰা অনুষ্ঠানত কেটৰিণা কাঈফ, ভিকি কৌশল, মৌণী ৰয় আৰু ন’ৰা ফাটেহীয়ে অনুষ্ঠান পৰিবেশন কৰে ৷ সুমনে 2019ৰ 7 ডিচেম্বৰত থাইলেণ্ডৰ পাট্টায়াত অনুষ্ঠিত হ’বলগীয়া মিছ ৱৰ্ল্ড প্ৰতিযোগিতাত অংশগ্ৰহন কৰিব ৷
সুমন ৰাও (মাজত), চঞ্জনা ভিজ(বাঁওফালে), শ্ৰেয়া শঙ্কৰ(সোঁফালে)
মুম্বাই, 16 জুন: শনিবাৰে ফেমিনা মিছ ইণ্ডিয়াৰ 56 শংখ্যক সংস্কৰণত 22 বছৰীয়া সুমন ৰাওৰ শিৰত জিলিকিল ফেমিনা মিছ ইণ্ডিয়া 2019ৰ মুকুট ৷ 2018ৰ ফেমিনা মিছ ইণ্ডিয়া অনুক্ৰিতী ভাছে এই সন্মান অৰ্পণ কৰে ৷ তেলাংগনাৰ চঞ্জনা ভিজ আৰু বিহাৰৰ শ্ৰেয়া শংকৰ ক্ৰমে প্ৰথম আৰু দ্বিতীয় ৰানাৰ্ছ আপ হিচাপে বিবেচিত হয় ৷
SUMAN RAO CROWNED FEMINA MISS INDIA 2019
ৰাজাস্থানৰ সুমন ৰাওৰ শিৰত মিছ ইণ্ডিয়াৰ মুকুত
মুম্বাই, 16 জুন: শনিবাৰে ফেমিনা মিছ ইণ্ডিয়াৰ 56 শংখ্যক সংস্কৰণত 22 বছৰীয়া সুমন ৰাওৰ শিৰত ফেমিনা মিছ ইণ্ডিয়া 2019ৰ মুকুত সজাই 2018ৰ ফেমিনা মিছ ইণ্ডিয়া অনুক্ৰিতী ভাছে ৷ টেলাংগনাৰ চঞ্জনা ভিজ আৰু বিহাৰৰ শ্ৰেয়া শঙ্কৰ ক্ৰমে প্ৰথম আৰু দ্বিতীয় ৰানাৰ বিবেচিত হয় ৷
মুম্বাইত অনুষ্ঠিত হোৱা এক আৰম্বৰ পূৰ্ণ অনুষ্ঠানত ঘোষণা হয় বিজয়ী ৷ কৰণ জোহৰ, ভিকি কৌশল আৰু 2017ৰ মিছ ইণ্ডিয়া ৱৰ্ল্ড মানুষি শ্বিলাৰে আত ধৰা অনুষ্ঠানখনত কেটৰিণা কাইফ, ভিকি কৌশল, মৌণী ৰয় আৰু ন’ৰা ফাটেহীয়ে অনুষ্ঠান পৰিবেশন কৰে ৷ ইয়াৰ উপৰিও বলিউদৰ বিভিন্ন তাৰকা উপস্থিত থাকে অনুষ্ঠানখনত ৷
সুমনে 2019ৰ 7 ডিচেম্বৰত থাইলেণ্ডৰ পাট্টায়াত অনুষ্ঠিত হ’ব লগীয়া মিছ ৱৰ্ল্ড প্ৰতিযোগিতাত অংশগ্ৰহন কৰিব ৷