ETV Bharat / bharat

মাৰাত্মক ৰোগৰ কাৰক হ'ব পাৰে সৌন্দৰ্য প্ৰসাধনৰ ছুপাৰবেগে - ডাঃ অমৰিনৰ নেতৃত্বত নতুন গৱেষণাক বশীৰ আৰু এষ্টন বিশ্ববিদ্যালয়ৰ অন্তৰ্গত স্কুল আফ লাইফ এণ্ড হেল্থ চায়েন্সৰ অধ্যাপক পীটাৰ লোম্বাৰ্ট

এষ্টন বিশ্ববিদ্যালয়ৰ এপ্লাইড মাইক্ৰ’বায়ল’জিৰ এখন গৱেষণামুলক জাৰ্ণালৰ পৰা গম পোৱা গৈছে যে সৌন্দৰ্য প্ৰসাধন সামগ্ৰী জীৱনৰ বাবে মাৰাত্মক হ’ব পাৰে ৷

Study reveals deadly superbugs lurking in make-up bags
সৌন্দৰ্য প্ৰসাধন ছুপাৰবেগে কঢ়িয়াব পাৰে মাৰাত্মকতা
author img

By

Published : Dec 3, 2019, 9:50 PM IST

নিউজ ডেস্ক, 3 ডিচেম্বৰঃ সৌন্দৰ্য প্ৰসাধন সামগ্ৰী কাজল, লিপ-গ্লোচ জাতীয় প্ৰসাধন কঢ়িওৱা বেগে জীৱনৰ বাবে মাৰাত্মক হ’ব পাৰে বুলি এষ্টন বিশ্ববিদ্যালয়ৰ এপ্লাইড মাইক্ৰ’বায়ল’জিৰ এখন গৱেষণামুলক জাৰ্ণালৰ পৰা গম পোৱা গৈছে ৷

গ্ৰেট ব্ৰিটেইনত লাখ লাখ মানুহে প্ৰতিদিনে ব্যৱহাৰ কৰা প্ৰসাধনৰ সামগ্ৰীৰ বেগে কঢ়িয়াই E.coli আৰু Staphylococci জাতীয় প্ৰদূষক ৷ কিয়নো অধিকসংখ্যক সামগ্ৰী ম্যাদ উকলাৰ পিচতো ব্যৱহাৰ কৰি থকা পৰিলক্ষিত হয় ৷ ডাঃ অমৰিনৰ নেতৃত্বত নতুন গৱেষণাক বশীৰ আৰু এষ্টন বিশ্ববিদ্যালয়ৰ অন্তৰ্গত স্কুল আফ লাইফ এণ্ড হেল্থ চায়েন্সৰ অধ্যাপক পীটাৰ লোম্বাৰ্টে প্ৰকাশ কৰিছে ৷

ইয়াৰ পৰা উৎপন্ন হোৱা বেক্টেৰিয়াই চালৰ সংক্ৰমণৰ পৰা ৰক্ত বিষাক্ত কৰা পৰ্যন্ত বিভিন্ন বেমাৰৰ কাৰণ হ’ব পাৰে ৷ যদি চকু, মুখ বা নিজৰ কটা অংশত ব্যৱহাৰ কৰা হয় তেতিয়া ইয়াৰ সংক্ৰমণৰ সম্ভাৱনা অধিক ৰূপত দেখা যায় ৷ এই আশংকা ইমিউনোকোম্প্ৰমী মানুহৰ ক্ষেত্ৰত বাঢ়ি যোৱা দেখা যায় ৷

তুলনামুলকভাৱে নতুন প্ৰসাধনযোগ্য সামগ্ৰীৰ ক্ষেত্ৰত তাত ব্যৱহৃত স্পঞ্জৰ দ্বাৰা সৰ্বাধিক বেক্টেৰিয়াৰ উপাদান পায় বুলি গৱেষণা মতে প্ৰমাণ পোৱা গৈছে ৷ কিয়নো এবাৰ ব্যৱহাৰৰ পিচত ব্যৱহৃত স্পঞ্জ টুকুৰা তিতি থকা অৱস্থাতে থৈ দিয়া হয় য’ত বেক্টেৰিয়াৰ প্ৰজননৰ বাবে এক উত্তম কাৰক ৷

গৱেষণাৰ পৰা গম পোৱা যায় যে, ব্যৱহাৰকাৰীসকলে অনাকাংক্ষিতভাৱে নিজক বিপদৰ মাজলৈ ঠেলি দি আছে ৷ গৱেষকসকলে এই ক্ষেত্ৰত অতি শীঘ্ৰেই ব্যৱস্থা লোৱাৰ বাবে আহ্বন জনায় ৷

ইউৰোপিয় সংঘৰ নিৰ্দেশনাত প্ৰসাধন সামগ্ৰী নিৰ্মাণৰ ক্ষেত্ৰত E.Coli জাতীয় প্ৰদূষকৰ পৰা কেনেদৰে হাত সাৰিব পাৰি তাৰ ক্ষেত্ৰত বিশেষ ৰূপত গুৰুত্ব দিয়াৰ বাবে ব্যৱস্থা গ্ৰহণৰ কথা উল্লেখ কৰিছে ৷

নতুন উৎপাদিত সামগ্ৰীৰ ওপৰত মন্তব্য আগবঢ়াই ডাঃ বশীৰে কয় যে, প্ৰসাধনৰ সামগ্ৰীৰ ক্ষেত্ৰত E.Coli বেক্টেৰিয়াৰ পৰীক্ষা কৰাটো অত্যন্ত দৰকাৰী কিয়নো দিনে-প্ৰতিদিনে ইয়াৰ বিষক্ৰিয়াৰ বাবে বিপদৰ মাত্ৰা বৃদ্ধি হৈ আহিছে ৷

প্ৰসাধন সামগ্ৰীৰ ক্ষেত্ৰত থকা এই ভয়াৱহতাৰ বিষয়ে ব্যৱহাৰকাৰী সকলে জানি বা বুজি লোৱাটো উচিত ৷ কিয়নো নিজৰ বাবে কঢ়িয়াই লৈ ফুৰা অনাকাংক্ষিত বিপদৰ পৰা ৰক্ষা পাবলৈ এই বিষয়ে জনাটো অত্যন্ত জৰুৰী ৷

আৰু পঢ়কঃ মুম্বাইত ৰাষ্ট্ৰীয় সুৰক্ষা বাহিনীৰ মকড্ৰিল

Intro:Body:

Make Up bags 

Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.