ETV Bharat / bharat

ডায়লেছেচৰ সুবিধা বৃদ্ধি কৰাবলৈ কেন্দ্ৰৰ দিক নিৰ্দেশনা - মহামাৰী

কোভিড-19 ৰোগীৰ সংখ্যা দ্ৰুত হাৰত বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত নিৰ্দেশনা প্ৰকাশ কৰে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে । নিৰ্দেশনাত উল্লেখ আছে ডায়লেছেচ্ সুবিধা বৃদ্ধি কৰোৱাৰ কথা ।

ডায়লেছেচৰ সুবিধা বৃদ্ধি কৰাবলৈ কেন্দ্ৰৰ দিক নিৰ্দেশনা

author img

By

Published : Apr 2, 2020, 10:53 AM IST

নতুন দিল্লী, 2 এপ্ৰিলঃ মহামাৰী কোভিড-19 বৃদ্ধিৰ প্ৰসংগত কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে জাৰি কৰিছে এক নিৰ্দেশনা । নিৰ্দেশনাত ৰাজ্যসমূহক আহ্বান জনাইছে যে কোভিড- আক্ৰান্ত ৰোগীক এবাৰ হ'লেও ডায়েলাইছিচ কৰাৰ সুবিধা দিবলৈ ।

বুধবাৰে প্ৰকাশিত এই দিক -নিৰ্দেশনাটো ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় শাসিত অঞ্চল সমূহলৈ আগবঢ়াইছে । প্ৰৰ্যাপ্ত সংখ্যাত ডায়লেছেচ যন্ত্ৰ, কৌশলি লোক, ৰিজাৰ্ভ অচ্মছিচ (আৰ অ'), জল প্ৰণালীৰ লগতে আন আনুসংগিক উপকৰণ সমূহো উপলব্ধ কৰি মজুত ৰাখিবলৈ কোৱা হৈছে ।

স্বাস্থ্য বিভাগে জিলা সমূহলৈ জাননী দি, ৰোগীৰ পৰিবহনৰ ব্যৱস্থা কৰিবলৈ নিৰ্দেশনা প্ৰদান কৰিছে ।

যি সকল ৰোগীৰ নিজা বাহন নাই, তেওঁলোকে কোনো এজন ঘৰৰ সদস্যৰ সৈতে চৰকাৰী বাহনত ডায়লেছিচ গোটলৈ নিয়াৰ ব্যৱস্থা কৰা হ'ব ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.