ETV Bharat / bharat

সুশান্তৰ মৃত্যুৰ তদন্ত প্ৰক্ৰিয়াৰ শেহতীয়া খবৰ ...

author img

By

Published : Aug 28, 2020, 1:29 PM IST

বৃহস্পতিবাৰে ৰিয়া চক্ৰৱৰ্তীৰ ভাতৃ শৌভিক চক্ৰৱৰ্তী আৰু সিদ্ধাৰ্থ পিথানি চিবিআইৰ দলে বাহৰ পাতি থকা ডি আৰ ডি অ' অতিথিশালাত উপস্থিত হৈছিল আৰু তেওঁলোকক চিবিআইয়ে সোধপোছ কৰিছিল ৷

SSR Death case LIVE: Rhea Chakraborty at CBI office for questioning
সুশান্তৰ মৃত্যুৰ তদন্ত প্ৰক্ৰিয়াৰ শেহতীয়া খবৰ ...

ছিটাৰা ডেস্ক, 28 আগষ্ট : সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ ঘটনাৰ তদন্ত কৰি থকা কেন্দ্ৰীয় তদন্তকাৰী সংস্থা(CBI)ৰ দল মুম্বাইৰ সান্তাক্ৰুজস্থিত DRDO অতিথিশালাত উপস্থিত হৈছে ৷

চিবিআইৰ দলে ৰিয়া চক্ৰৱৰ্তীক অতিথিশালাটোত সোধপোচ অব্যাহত ৰাখিছে ৷ ৰিয়াই নিজৰ সহযোগী চেমুৱেল মিৰাণ্ডাৰ সৈতে আহি ডি আই ডি অ' অতিথিশালাত উপস্থিত হৈছে ৷

ইয়াৰ পূৰ্বে বৃহস্পতিবাৰে ৰিয়া চক্ৰৱৰ্তীৰ ককায়েক শৌভিক চক্ৰৱৰ্তী আৰু সিদ্ধাৰ্থ পিথানি চি বি আইৰ দলে বাহৰ পাতি থকা ডি আৰ ডি অ' অতিথিশালাত উপস্থিত হৈছিল আৰু তেওঁলোকক চিবিআইয়ে সোধপোছ কৰিছিল ৷

ৰবি কিষাণৰ প্ৰতিক্ৰিয়া

বিগত দিনত অভিনেতা সুশান্ত সিং ৰাজপুতক আত্মহত্যাৰ বাবে উচতনি যোগোৱাৰ অভিযোগত অভিযুক্ত অভিনেত্ৰী ৰিয়া চক্ৰৱৰ্তীৰ সান্তাক্ৰুজস্থিত আৱাসত বৃহস্পতিবাৰে মুম্বাই আৰক্ষীৰ এটা দল উপস্থিত হয় ৷

যাৰ পাছতে ED য়ে সোধপোছ কৰাৰ বাবে ৰিয়াৰ পিতৃক তেওঁলোকৰ সৈতে লৈ যায় ৷ ৰিয়াৰ অনুৰোধতে আৰক্ষীৰ দল ৰিয়াৰ বাসগৃহত উপস্থিত হৈছিল ৷

লগতে পঢ়ক : বিশ্ববিদ্যালয়ৰ চূড়ান্ত বৰ্ষৰ পৰীক্ষা নিদিয়াকৈ উত্তীৰ্ণ হ'ব নোৱাৰে শিক্ষাৰ্থী : উচ্চতম ন্যায়ালয়

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.