ETV Bharat / bharat

এতিয়াৰ পৰা হোৱাটছএপৰ জড়িয়তে স্পাইচ জেটত চেক-ইনৰ সুবিধা

author img

By

Published : Aug 13, 2020, 10:15 PM IST

স্পাইচ জেটৰ স্বয়ং চালিত গ্ৰাহক সেৱা এজেন্টে প্ৰদান কৰিব হোৱাটছএপৰ জড়িয়তে চেক-ইনৰ সুবিধা । যাত্ৰীয়ে যি কোনো সময়তেই ৬০০০০০০০০৬ নম্বৰত ফোন কৰি যাত্ৰাৰ 'এম এচ পেপাৰ' সংগ্ৰহ কৰিব পাৰিব । এটা প্ৰেছ বিজ্ঞপ্তি জড়িয়তে স্পাইচ জেটে এই কথা সদৰি কৰিলে ।

SpiceJet offers automated customer service and check-in facility on WhatsApp
এতিয়াৰ পৰা হোৱাটছএপৰ জড়িয়তে স্পাইচ জেটত চেক-ইনৰ সুবিধা

নিউজ ডেস্ক,১৩ আগষ্ট: বৃহস্পতিবাৰে স্পাইচ জেটে জানিবলৈ দিয়া অনুসৰি, ৱেবচাইট আৰু মবাইল এপৰ দৰে এতিয়াৰ পৰা স্বয়ং চালিত গ্ৰাহক সেৱা আৰু চেক-ইনৰ সুবিধা হোৱাটছএপটো উপলব্ধ হ'ব ।

মহামাৰী ক'ৰণাৰ বাবে সামাজিক দূৰত্ব সুনিশ্চিত কৰিবলৈ চলিত বছৰৰ মে মাহৰে পৰা যাত্ৰাৰ ৪৮ৰ পৰা ৬০ ঘণ্টাৰ ভিতৰত অনলাইনৰ জড়িয়তে যাত্ৰাৰ চেক ইন বাধ্যতামূলক কৰি দিয়া হৈছিল ।

এতিয়াৰ পৰা স্পাইচ জেটৰ স্বয়ং চালিত গ্ৰাহক সেৱা এজেন্টে প্ৰদান কৰা এম এচ পেপাৰ এতিয়াৰ পৰা যাত্ৰীয়ে যিকোনো সময়তে ৬০০০০০০০০৬ নম্বৰত ফোন কৰি সংগ্ৰহ কৰিব পাৰিব। এই কথা এটা প্ৰেছ বিজ্ঞপ্তিৰ জড়িয়তে স্পাইচ জেটে সদৰি কৰিলে ।

বিমান বন্দৰলৈ যোৱাৰ পূৰ্বে ৱেৱচাইটত গৈ বৰ্ডিং পাছ সংগ্ৰহ কৰাৰ ধৰণে এতিয়া ৱেবচাইট নোখোলাকৈয়ে হোৱাটছএপতে এই সুবিধা গ্ৰহণ কৰিব পাৰিব যি আপোনাক চেক ইনত অধিক সহায়ক হ'ব ।

তাৰোপৰি স্বয়ংক্ৰিয় এজেন্টে এতিয়া পৰা হোৱাটছএপৰ জড়িয়তে যাত্ৰীক প্ৰদান কৰিব যিকোনো অসুবিধা অথবা প্ৰশ্নৰ সমাধান । ইণ্টাৰনেটৰ কম স্পিডতো যাত্ৰীয়ে হোৱাটছএপৰ জড়িয়তে প্ৰয়োজনীয় তথ্য সংগ্ৰহ কৰাৰ ধৰণে ৱেবচাইটত সেয়া সংগ্ৰহত বাধা অহা পৰিলক্ষিত হয় । হোৱাটছএপৰ এই সুবিধাৰ ফলত এতিয়াৰ পৰা ভাল নেটৱৰ্কৰ বাবে যাত্ৰীয়ে চিন্তিত হোৱাৰ প্ৰয়োজন নাথাকিব ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.