ETV Bharat / bharat

প্ৰধানমন্ত্ৰী মোডীয়ে দুৰ্বল কৰি তুলিছে ভাৰতৰ অৰ্থনীতি !

author img

By

Published : May 17, 2019, 5:03 PM IST

Updated : May 17, 2019, 5:18 PM IST

আগন্তুক নিৰ্বাচনত নিশ্চিতভাৱে কংগ্ৰেছৰ বিজয় নিশ্চিত বুলি প্ৰকাশ কৰে কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতিগৰাকীয়ে ৷ প্ৰধানমন্ত্ৰী মোডীয়ে গ্ৰহণ কৰা মুদ্ৰাস্ফীতিকে আদি কৰি বিভিন্ন পদক্ষেপে ভাৰতীয় অৰ্থনীতিক দুৰ্বল কৰি পেলোৱা বুলিও অভিযোগ উত্থাপন কৰে ৰাহুল গান্ধীয়ে ৷

Modi spreads hatred

সোলান, 17মে': প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে সমাজত ঘৃণা বিয়পোৱাৰ অভিযোগ ৰাহুল গান্ধীৰ ৷ পশ্চিমবংগত অমিত শ্বাহৰ ৰাহুল গান্ধীৰ ৰ'ড শ্বৰ সময়ত সংঘটিত হিংসাত্মক ঘটনা সম্পৰ্কত প্ৰধানমন্ত্ৰীক মোডীক সমালোচনা ৰাহুল গান্ধীৰ ৷ প্ৰধান মন্ত্ৰীৰ বিৰুদ্ধে ভাৰতৰ অৰ্থব্যৱস্থা দুৰ্বল কৰাৰো অভিযোগ উত্থাপন কৰে কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতিগৰাকীয়ে ৷

প্ৰধানমন্ত্ৰী মোডীয়ে দুৰ্বল কৰি তুলিছে ভাৰতৰ অৰ্থনীতি !

অন্তিম পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰৰ সময়ত পুনৰ বিজেপিৰ বিৰুদ্ধে সৰৱ হৈ পৰিল ৰাহুল গান্ধী ৷ ইটিভি ভাৰতৰ সাংবাদিকৰ সৈতে হোৱা সাক্ষাৎকাৰত কংগ্ৰেছ সভাপতিগৰাকীয়ে পুনৰবাৰ প্ৰধানমন্ত্ৰী তথা বিজেপি চৰকাৰখনে নিৰ্বাচনী প্ৰতিশ্ৰুতি পূৰণ কৰিবলৈ বিফল হোৱা বুলি সমালোচনা কৰে ৷ বিজেপি চৰকাৰখনে নিবনুৱা সমস্যা,কৃষকক সকলৰ সমস্যা,দুৰ্নীতি

নিবাৰণ,অৰ্থনৈতিক সমস্যা সমাধানৰ যি প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল কোনোটো পূৰণ কৰিবলৈ সক্ষম নহ'ল বুলিও তেওঁ প্ৰকাশ কৰে ৷ সেয়েহে আগন্তুক নিৰ্বাচনত কংগ্ৰেছৰ বিজয় নিশ্চিত বুলি প্ৰকাশ কৰে কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতিগৰাকীয়ে ৷ প্ৰধানমন্ত্ৰী মোডীয়ে গ্ৰহণ কৰা মুদ্ৰস্ফীতিকে আদি কৰি বিভিন্ন পদক্ষেপে ভাৰতীয় অৰ্থনীতিক দুৰ্বল কৰি পেলোৱা বুলিও অভিযোগ উত্থাপন কৰে ৰাহুল গান্ধীয়ে ৷ কংগ্ৰেছৰ চৰকাৰ গঠন হ'লে ৰাফাল বিমানকে আদি কৰি সকলো দু্ৰ্নীতিৰ বিচাৰ হ'ব বুলিও তেওঁ মন্তব্য কৰে ৷

Intro:Body:Conclusion:
Last Updated : May 17, 2019, 5:18 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.