ETV Bharat / bharat

আমেথিত স্মৃতি ইৰাণীৰ ঘনিষ্ঠক হত্যা

author img

By

Published : May 26, 2019, 2:29 PM IST

তেওঁৰ পুত্ৰই জনোৱামতে তেওঁৰ পিতৃয়ে লোকসভা নিৰ্বাচনত স্মৃতী ইৰাণীৰ লগত নিৰ্বাচনী প্ৰচাৰ চলাইছিল ৷ পৰিয়ালৰ লোকে সন্দেহ কৰা মতে কোনো কংগ্ৰেছৰ সমৰ্থকে বিজেপিৰ হৈ প্ৰচাৰ চলোৱাৰ বাবে এই ঘটনা সংঘটিত কৰিছে ৷

আমেথীত স্মৃতী ইৰাণীৰ ঘনিষ্ঠক গুলিয়ায় হত্যা

নিউজ ডেস্ক, 25 মে’: শনিবাৰে নিশা আমেথিৰ বৰৌলীত সুৰেন্দ্ৰ সিং নামৰ এজন লোকক গুলীয়াই হত্যা কৰে ৷ লোকজন প্ৰাক্তন গাঁওবুঢ়া আছিল ৷ তেওঁৰ পুত্ৰই জনোৱামতে তেওঁৰ পিতৃয়ে লোকসভা নিৰ্বাচনত স্মৃতী ইৰাণীৰ লগত নিৰ্বাচনী প্ৰচাৰ চলাইছিল ৷ পৰিয়ালৰ লোকে সন্দেহ কৰা মতে কোনো কংগ্ৰেছৰ সমৰ্থকে বিজেপিৰ হৈ প্ৰচাৰ চলোৱাৰ বাবে এই ঘটনা সংঘটিত কৰিছে ৷

নিউজ ডেস্ক, 25 মে’: শনিবাৰে নিশা আমেথিৰ বৰৌলীত সুৰেন্দ্ৰ সিং নামৰ এজন লোকক গুলীয়াই হত্যা কৰে ৷ লোকজন প্ৰাক্তন গাঁওবুঢ়া আছিল ৷ তেওঁৰ পুত্ৰই জনোৱামতে তেওঁৰ পিতৃয়ে লোকসভা নিৰ্বাচনত স্মৃতী ইৰাণীৰ লগত নিৰ্বাচনী প্ৰচাৰ চলাইছিল ৷ পৰিয়ালৰ লোকে সন্দেহ কৰা মতে কোনো কংগ্ৰেছৰ সমৰ্থকে বিজেপিৰ হৈ প্ৰচাৰ চলোৱাৰ বাবে এই ঘটনা সংঘটিত কৰিছে ৷

New Delhi, May 26 (ANI): Electric hookahs are just as harmful has traditional charcoal-based ones, a recent study suggests. In traditional hookahs, smokers burn charcoal on top of a tobacco preparation known as ma'ssel, a mixture of tobacco, glycerin, water, and flavourings. The resulting smoke bubbles through the water at the bottom of the pipe before being inhaled through a tube by the smoker. Findings of the study were published in the Journal of Chemical Research in Toxicology. Previous studies have shown that charcoal contributes most of the harmful polycyclic aromatic hydrocarbons (PAHs) and carbon monoxide found in hookah smoke. Therefore, manufacturers have developed EHEs for hookahs, in some cases advertising them as "toxicant-free" or "carbon monoxide-free." A team of researchers at the American University of Beirut wanted to investigate these claims by comparing the emissions of several major toxicants from waterpipes using EHEs or charcoal.
They found that the EHEs reduced carbon monoxide and PAH emissions by 90 per cent and 80 per cent, respectively. However, emissions of acrolein, a highly reactive irritant thought to be responsible for nearly all non-cancer respiratory diseases in cigarette smokers, was several orders of magnitude higher with EHE use, compared with charcoal use.
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.