ETV Bharat / bharat

প্ৰসংগ পিএনবিঃ চিংগাপুৰ বেংকত থকা নীৰৱ মোডীৰ সকলো বেংক একাউন্ট বন্ধৰ নিৰ্দেশ - etv bharat

নিৰৱ মোডী আৰু তেওঁৰ পৰিয়ালৰ চিংগাপুৰৰ বেংকত থকা সকলো বেংক একাউন্ট বন্ধ কৰিবলৈ নিৰ্দেশ চিংগাপুৰ উচ্চ ন্যায়ালয়ৰ

প্ৰসংগ পিএনবিঃ চিংগাপুৰ বেংকত থকা নীৰৱ মোডীৰ সকলো বেংক একাউন্ট বন্ধৰ নিৰ্দেশ
author img

By

Published : Jul 2, 2019, 6:18 PM IST

দিল্লী, 2 জুলাইঃ দেশ কঁপাই যোৱা পিএনবি কেলেংকাৰীৰ মূল অভিযুক্ত নিৰৱ মোডী আৰু তেওঁৰ পৰিয়ালৰ চিংগাপুৰৰ বেংকত থকা সকলো বেংক একাউন্ট বন্ধ কৰিবলৈ নিৰ্দেশ চিংগাপুৰ উচ্চ ন্যায়ালয়ৰ ৷ মঙলবাৰে ইডিয়ে এক বিবৃতীযোগে প্ৰকাশ কৰে এই কথা ৷

পুৰৱী মোডী আৰু মায়াঙ্ক মোডীৰ তত্বাবধানত পেভিলিয়ন পইণ্ট কৰ্পৰেচনৰ নামত পঞ্জীয়ন থকা একাউন্টটোৰ সকলো লেনদেন বন্ধ কৰিবলৈ নিৰ্দেশ দিয়ে ন্যায়ালয়ে ৷

পাঞ্জাৱ নেশ্যনেল বেংকৰ 13500 কোটি টকীয়া ঋণ কেলেংকাৰীৰ অভিযুক্ত নীৰৱ মোডীৰ এই বিত্তীয় কেলেংকাৰীৰ বিৰুদ্ধে চিবিআইৰ লগতে ইডিয়ে কৰি আছে তদন্ত ৷

আনহাতে, পিএনবি কেলেংকাৰীত অভিযুক্ত হীৰা ব্যৱসায়ী মেহুল চৌক্সীৰ পৰা কেইদিনমান পূৰ্বে এণ্টিগুৱাৰ নাগৰিকত্ব উঠাই লোৱাৰ কথা প্ৰকাশ কৰিছিল এণ্টিগুৱাৰ প্ৰধানমন্ত্ৰী গাষ্টন ব্ৰউনে ৷

দিল্লী, 2 জুলাইঃ দেশ কঁপাই যোৱা পিএনবি কেলেংকাৰীৰ মূল অভিযুক্ত নিৰৱ মোডী আৰু তেওঁৰ পৰিয়ালৰ চিংগাপুৰৰ বেংকত থকা সকলো বেংক একাউন্ট বন্ধ কৰিবলৈ নিৰ্দেশ চিংগাপুৰ উচ্চ ন্যায়ালয়ৰ ৷ মঙলবাৰে ইডিয়ে এক বিবৃতীযোগে প্ৰকাশ কৰে এই কথা ৷

পুৰৱী মোডী আৰু মায়াঙ্ক মোডীৰ তত্বাবধানত পেভিলিয়ন পইণ্ট কৰ্পৰেচনৰ নামত পঞ্জীয়ন থকা একাউন্টটোৰ সকলো লেনদেন বন্ধ কৰিবলৈ নিৰ্দেশ দিয়ে ন্যায়ালয়ে ৷

পাঞ্জাৱ নেশ্যনেল বেংকৰ 13500 কোটি টকীয়া ঋণ কেলেংকাৰীৰ অভিযুক্ত নীৰৱ মোডীৰ এই বিত্তীয় কেলেংকাৰীৰ বিৰুদ্ধে চিবিআইৰ লগতে ইডিয়ে কৰি আছে তদন্ত ৷

আনহাতে, পিএনবি কেলেংকাৰীত অভিযুক্ত হীৰা ব্যৱসায়ী মেহুল চৌক্সীৰ পৰা কেইদিনমান পূৰ্বে এণ্টিগুৱাৰ নাগৰিকত্ব উঠাই লোৱাৰ কথা প্ৰকাশ কৰিছিল এণ্টিগুৱাৰ প্ৰধানমন্ত্ৰী গাষ্টন ব্ৰউনে ৷

ZCZC
PRI ECO GEN NAT
.NEWDELHI DEL22
PNB-LD NIRAV MODI-FREEZE
PNB fraud: Singapore HC orders freezing bank account of Nirav Modi's family

         New Delhi, Jul 2 (PTI) The Singapore High Court has ordered freezing of bank deposits worth Rs 44.41 crore, kept in that country by PNB fraud accused Nirav Modi's sister and brother-in-law, as part of a money laundering probe in India, the ED said Tuesday.
         The agency said the bank account is in the name of Pavillion Point Corporation based in the British Virgin Islands, a company that is "beneficially owned" by Purvi Modi and Maiank Mehta.
         The couple are the sister and brother-in-law of Nirav Modi, who is currently under arrest in this alleged bank fraud case in London from where India is seeking his extradition.
         The high court has put a freeze on deposits of USD 6.122 million (Rs 44.41 crore) following Enforcement Directorate's (ED) request on the ground that the money was "proceeds of crime" illegally siphoned off by Nirav Modi from the Punjab National Bank (PNB), it said in a statement.
         It was, however, not known immediately when the order was given by the court.
         The latest order comes a week after four Swiss bank accounts, holding deposits of Rs 283.16 crore, of Nirav Modi and Purvi Modi were similarly "frozen" by authorities in Switzerland as part of this case.
         The agency had attached this bank account in Singapore as part of a provisional order issued under the Prevention of Money Laundering Act (PMLA) last year in September, along with the four Swiss bank accounts, and that order was confirmed by the Adjudicating Authority of the law in March this year.
         The five overseas accounts then, as per the ED, had Rs 278 crore in deposits.
         The ED, official sources said, subsequently made a request to Singaporean authorities to freeze the account and had sent official documents of the attachment order to be perused by the officials and the high court of that country.
         In Singapore, the high court "exercises original and appellate jurisdiction in civil and criminal cases and it hears cases in the first instance as well as cases on appeal from the state courts".
         The apex legal forum in that country is the Supreme Court, that consists of the high court and the court of appeal, and it hears both criminal and civil cases.
         The ED, along with the CBI, is investigating Nirav Modi, his uncle Mehul Choksi and others for alleged money laundering and corruption to defraud the Brady House branch of the PNB in Mumbai to the tune of over Rs 13,000 crore.
         Nirav Modi has been absconding since the alleged bank fraud, by far the highest in the country in terms of value, came to light last year.
         The ED has also filed a chargesheet against Nirav Modi alleging that he laundered and diverted over Rs 6,400 crore of bank funds abroad to dummy companies that were under his and his family's control.
         A total of 24 names were listed in the chargesheet, filed under section 45 of the PMLA. It includes Nirav Modi, his father Deepak Modi, brother Neeshal Modi, Purvi Modi, Maiank Mehta and the designer jewellers' firms -- Ms Solar Exports, Stellar Diamonds and Diamonds R Us. PTI NES
AAR
AAR
07021447
NNNN
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.