ETV Bharat / bharat

নৰেন্দ্ৰ মোডী পুনৰ ক্ষমতালৈ আহিলে দেশৰ পতন অনিবাৰ্যঃ নৱজত সিং সিধু

author img

By

Published : Apr 16, 2019, 7:48 PM IST

মঙলবাৰে কটিহাত নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰি নৰেন্দ্ৰ মোডীৰ লগতে ভাৰতীয় জনতা পাৰ্টীক তীব্ৰ সমালোচনা কংগ্ৰেছী নেতা নৱজত সিং সিধুৰ ৷ লগতে মুছলমান লোকসকলক ভোট বিভাজন নকৰিবলৈও আহ্বান জনায় সিধুৱে ৷

etv bharat

কটিহাৰ, 16 এপ্ৰিলঃ মঙলবাৰে কটিহাৰ অঞ্চলত নিৰ্বাচনী প্ৰচাৰত অংশলৈ বিজেপিক তীব্ৰ সমালোচনা পঞ্জাৱৰ মন্ত্ৰী তথা কংগ্ৰেছী নেতা নৱজত সিং সিধুৰ ৷ মুছলমানসকলক ভোট বিভাজন নকৰিবলৈ অঞ্চলটোৰ মুছলমান সম্প্ৰদায়ৰ লোকসকলক আহ্বান জনায় কংগ্ৰেছী নেতাগৰাকীয়ে ৷ ইয়াৰ পৰিৱৰ্তে সকলো একত্ৰিত হৈ বিজেপিক নস্যাৎ কৰিবলৈহে আহ্বান সিধুৰ ৷

কটিহাৰৰ বিশাল জনসভাক উদ্দেশ্যি তেওঁ কয় যে, মই মোৰ মুছলিম ভাতৃসকলক আহ্বান জনাবলৈ ইয়াত আহি উপস্থিত হৈছো ৷ আচাদুদ্দিন ওৱেচিক এই অঞ্চলত দি, নতুন দলক নিৰ্বাচনত থিয় কৰাই বিজেপিয়ে আপোনালোকক বিভাজন কৰিব বিচাৰিছে ৷ আপোনালোকৰ ভোট বিভাজন কৰি বিজেপিয়ে নিৰ্বাচনত জয়ী হ’ব বিচাৰিছে ৷ কিন্তু তেনে কৰাৰ বিপৰীতে যদি সকলো এক হৈ ভোটদান কৰে তেনেহ’লে নৰেন্দ্ৰ মোডীৰ পৰাজয় অনিবাৰ্য হ’ব ৷

Sidhu warns Muslim voters not to split vote, staying united

নৰেন্দ্ৰ মোডী পুনৰ ক্ষমতালৈ আহিলে দেশৰ পতন অনিবাৰ্যঃ নৱযোত সিং সিধু

মংগলবাৰে কটিহাত নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰি নৰেন্দ্ৰ মোডীৰ লগতে ভাৰতীয় জনতা পাৰ্টীক তীব্ৰ সমালোচনা কংগ্ৰেছী নেতা নৱযোত সিং সিধুৰ ৷ লগতে মুছলমান লোকসকলক ভোট বিভাজন নকৰিবলৈও সতৰ্ক কৰি দিয়ে  নেতাগৰাকীয়ে
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.