ETV Bharat / bharat

বিশেষ শ্ৰমিক ৰেলৰ চলাচল অব্যাহত থাকিবঃ ভাৰতীয় ৰেলৱে - শ্ৰমিক বিশেষ ৰেল

বিশেষ শ্ৰমিক ৰেল যোগে কৰ'ণা মহামাৰী সময়ত দেশৰ বিভিন্ন প্ৰান্তত আবদ্ধ হৈ থকা শ্ৰমিক সকলক নিজ-নিজ ৰাজলৈ প্ৰেৰণ কৰা হয় ৷ মুঠ ৫৮ লাখ লোকক ৪১৫৫ খন শ্ৰমিক বিশেষ ৰেলৰ যোগেদি গৃহ ৰাজ্যলৈ প্ৰেৰণ কৰা হয় ।

migrate  labure sepecial train
শ্ৰমিক ৰেল সেৱা অব্যাহত থাকিব
author img

By

Published : Jun 4, 2020, 10:20 AM IST

নিউজ ডেস্ক, ৪জুনঃ ভাৰতীয় ৰেল বিভাগে আৰম্ভ কৰা বিশেষ শ্ৰমিক ৰেলৰ ব্যৱস্থা অন্ত পৰাৰ দিশে বুলি যি বাতৰি উলাইছে সেয়া সত্য নহয় বুলি বুধবাৰে মন্তব্য কৰিলে ভাৰতীয় ৰেলৱে কতৃপক্ষই ৷ ইপিনে ৰাজ্য চৰকাৰৰ অনুৰোধ অনুসৰি প্ৰয়োজন সাপেক্ষে ৰাজ্য সমূহলৈ পুনৰ শ্ৰমিক বিশেষ ৰেল চলাচল কৰি থাকিব বুলি জানিবলৈ দিয়ে ৷

ইপিনে ৰেলৱে বিভাগৰ তথ্য অনুসৰি ৫৮ লাখ শ্ৰমিকক ৪১৯৭ খন বিশেষ ৰেলৰ জৰিয়তে নিজ-নিজ ৰাজ্যলৈ প্ৰেৰণ কৰা হয় বুলি উল্লেখ কৰে ৰেল বিভাগে ।

migrate  labure sepecial train
migrate labure sepecila train runing till up to state govement demand

আনহাতে এজন ৰেলৱে বিষয়াৰ মতে শ্ৰমিক বিশেষ ৰেলৰ চলাচল অব্যাহত থাকিব যি খবৰ উলাইছে সেয়া সত্য নহয় বুলি জানিবলৈ দিয়ে ।

ইতিমধ্যে ৪,১৯৭ ৰেল গাড়ীয়ে দেশৰ বিভিন্ন প্ৰান্তলৈ প্ৰেৰণ কৰা হৈছে শ্ৰমিক সকলক । বিহাৰ উৰিষ্যা, পাঞ্জাৱ, মুম্বাই উত্তৰ প্ৰদেশৰ পৰাই বিশেষ ৰেল যোগে অধিক সংখ্যক শ্ৰমিকক প্ৰেৰণ কৰা হয় ৰাজ্য সমূহলৈ । ইয়াৰ উপৰিও ৰাজধানীৰ লগত সংযােগ কৰিব পৰা ৰেল ১২ মে' লৈকে ১৫ খন চলাচল কৰি আছিল । আনহাতে আৰু ২০০ খন ৰেল গাড়ী চলাচল কৰিলে দেশৰ বিভিন্ন প্ৰান্তৰ পৰা নতুন দিল্লীলৈ ১ জুনলৈ অব্যাহত থাকিব বুলি জানিবলৈ দিয়ে বিষয়া জনে ।

লগতে পঢকঃ .ঐতিহাসিক ধোদৰ আলিৰ বিধ্বস্ত ৰূপঃ নিৰ্বিকাৰ গড়কাপ্তানি বিভাগ !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.