জম্মু,৩১ মে': জম্মু-কাশ্মীৰৰ শ্বপিয়ান জিলাৰ দ্ৰাগাড় চুগান অঞ্চলত শুকুৰবাৰে নিশাৰে পৰা অব্যাহত থকা সন্ত্ৰাসবাদী আৰু নিৰাপত্তা ৰক্ষীৰ গুলীয়াগুলীত শুকুৰবাৰে পুৱা দুটা সন্ত্ৰাসবাদীক আটক কৰে নিৰাপত্তা বাহিনীয়ে।
এই পৰ্যন্ত অঞ্চলটোত দুয়ো পক্ষৰ মাজত অব্যাহত আছে প্ৰচণ্ড গুলীয়াগুলী। অঞ্চলটোত আন বহু কেইগৰাকী সন্ত্ৰাসবাদী লুকাই থকাৰ সম্ভাৱনা প্ৰকাশ সেনাৰ ।