নিউজ ডেস্ক,১৯ জুনঃ ইটালীৰ ব্যৱস্থা বিভাগে কোৱাৰেন্টাইনৰ বাধ্য বাধকতাৰ বিষয়ে উল্লেখ কৰে কি দৰে ফুটবলাৰ টিম সমূহে পালন কৰিব লাগিব। স্বাস্থ্য মন্ত্রী ৰবাৰ্ট চাপৰেনযাই কিছু শিথিল নীতি নিৰ্দেশনা জাৰি কৰিছে খেলুবৈ সকলক লৈ । কিয়নো এজন খেলুবৈ দেহত পজিটিভ ধৰা পৰা মানে সকলো খেলুৱৈ লৈ সংক্ৰমণ হ'ব যাৰ বাবে সকলোকে আইছলেচন কৰিব লাগিব আৰু এক ভয়াৱহ পৰিস্থিতি মোকাবিলা কৰিব লাগিব। ইপিনে ইটালীৰ ফুটবল ফেডাৰেছনৰ সভাপতি গাবৰিলি গাৰভিনাই বিশেষ ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে চৰকাৰক অনেুৰোধ জনাই ।
![ইটালীত ফুটবল দলৰ বাবে কোৱাৰেন্টাইন নীতি নিৰ্দেশনা জাৰি চৰকাৰৰ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/serie-a_1906newsroom_1592565597_820.jpg)
লগতে চাওকঃ এইবাৰ ডিব্ৰু-ছৈখোৱাত অইলে চলাব তৈল খনন