ETV Bharat / bharat

100 পইণ্টলৈ নিম্নগামী ছেনছেক্স ! ইৰাণত আমেৰিকাৰ ষ্ট্ৰাইক.. - বিশ্ব স্তৰত বৃদ্ধি পাইছে তেলৰ মূল্য

ইৰাণিয়ান কামাণ্ডাৰক হত্যা কৰাৰ পাচতেই বৃদ্ধি পাইছে তেলৰ মূল্য ৷ যাৰ পোনপটীয়া প্ৰভাৱ দেখা পোৱা গৈছে ছেনছেক্সত ৷ শুকুৰবাৰে 100 পইণ্টলৈ নিম্নগামী হ’ল ছেনছেক্স ৷

100 পইণ্টলৈ নিম্নগামী ছেনছেক্স
100 পইণ্টলৈ নিম্নগামী ছেনছেক্স
author img

By

Published : Jan 3, 2020, 1:49 PM IST

নিউজ ডেস্ক, 3 জানুৱাৰীঃ বিশ্ব স্তৰত বৃদ্ধি পাইছে তেলৰ মূল্য ৷ ইৰাণত আমেৰিকাৰ সৈন্যই আক্ৰমণ কৰি ইৰাণীয়ান কামাণ্ডাৰক হত্যা কৰাৰ পাচতেই তৈল্য ক্ষেত্ৰত পৰিছে ব্যাপক প্ৰভাৱ ৷ যাৰ বাবে বিশ্বস্তৰত পুৱা 11 বজালৈ 4% বৃদ্ধি দেখা পোৱা গৈছে তেলৰ মূল্যত ৷ বৰ্তমান ব্ৰেণ্ট ক্ৰুড অইলৰ মূল্য হৈছে 68.38 ডলাৰ ৷ BSE Index 107.35 পইণ্ট তথা 0.26 শতাংশ নিম্নগামী হৈ 41,519.29 চলি থকা সময়তে NSE নিফটি 39.10 পইণ্ট তথা 0.32 শতাংশৰে 12,243.10 ত অৱস্থিত ৷

বৰ্তমান 1.62 শতাংশ ক্ষতিগ্ৰস্ত ৰে সৰ্বাধিক নিম্নগামী হৈ আছে এছিয়ান পেন্টছ ৷ ইয়াৰ পাচতেই আছে টাটা ষ্টীল (Tata Steel), এইজডিএফচি বেংক (HDFC Bank), মহিন্দ্ৰা এণ্ড মহিন্দ্ৰা (Mahindra and Mahindra), এইজইউএল (HUL), ইণ্ডাছইণ্ড বেংক (IndusInd Bank) আৰু মাৰুতি (Maruti) ৷

ইয়াৰ বিপৰীতে ফুনাফা লাভ কৰিছে ONGC য়ে ৷ 2.77 শতাংশ বৃদ্ধি লাভ কৰিছে ৷ ইয়াৰ লগতে টিচিএছ (TCS), ইনফোছিছ (Infosys), এইজচিএল টেক (HCL Tech), টেক মহিন্দ্ৰা (Tech Mahindra), ছান ফাৰ্মা (Sun Pharma) আৰু হিৰ’ মটৰ ক্ৰপ (Hero MotoCorp) য়ে উৰ্ধগামী (গ্ৰীন সংকেত) ব্যৱসায় কৰিবলৈ সক্ষম হৈছে ৷

  • লগতে চাওক-গোলাঘাটত উত্তেজনাঃ নিশা গাঁও পঞ্চায়তৰ সভানেত্ৰীৰ ঘৰলৈ দুবৃত্তৰ গুলীবৰ্ষণ

ZCZC
PRI COM ECO GEN NAT
.MUMBAI DEL2
BIZ-STOCKS-OPEN
Sensex tumbles over 100 pts; Nifty tests 12,250
          Mumbai, Jan 3 (PTI) Equity benchmark BSE Sensex dropped over 100 points in opening session on Friday as global equities turned negative after the US killed a top Iranian general, fuelling fears of a conflict in the oil-rich region.
          Brent crude surged 4.4 per cent to USD 69.16 and WTI jumped 4.3 per cent to 63.84.
          The 30-share BSE index was trading 107.35 points or 0.26 per cent lower at 41,519.29. Similarly, the broader NSE Nifty slipped 39.10 points or 0.32 per cent to 12,243.10.
          Asian Paints was the top loser in the Sensex pack, shedding up to 1.62 per cent, followed by Tata Steel, HDFC Bank, Mahindra and Mahindra, HUL, IndusInd Bank and Maruti.
          On the other hand, ONGC was the top gainer, rising up to 2.77 per cent. TCS, Infosys, HCL Tech, Tech Mahindra, Sun Pharma and Hero MotoCorp were also trading in the green.
          In the previous session, the 30-share gauge ended 320.62 points, or 0.78 per cent, higher at 41,626.64. The closed 99.70 points, or 0.82 per cent, up at 12,282.20 -- its new closing record.
          Meanwhile, on a net basis, foreign institutional investors bought equities worth Rs 688.76 crore, and domestic institutional investors purchased shares worth Rs 63.95 crore on Thursday, data available with stock exchanges showed.
          According to traders, domestic investors followed Asian markets which fell after the Pentagon confirmed that US President Donald Trump ordered the killing of Iran Revolutionary Guards commander Qasem Soleimani, who died in Baghdad "in a decisive defensive action to protect US personnel abroad".
          Bourses in Shanghai, Hong Kong and Seoul were trading in the red, while those in Tokyo remained closed for New Year holidays.
          Shares on Wall Street ended significantly higher on Thursday.
          Meanwhile, the rupee depreciated 17 paise to 71.56 against the US dollar in morning session. PTI
ANS
ANS
01030949
NNNN
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.