ETV Bharat / bharat

ডিমাপুৰত আটক এন.এচ.চি.এনৰ কেডাৰ

author img

By

Published : Oct 17, 2020, 6:05 PM IST

শুকুৰবাৰে ডিমাপুৰত আটক হ’ল এজন এন.এচ.চি.এন(খাপলাং) কেডাৰ ৷ এক গোপন সূত্ৰৰ পম খেদি নিৰাপত্তাৰক্ষীয়ে আটক কৰিলে বিদ্ৰোহী সংগঠন এন.এচ.চি.এন(খাপলাং)ৰ কেডাৰজনক ৷

SECURITY FORCES APPREHENDED NSCN(KN) CADRE IN DIMAPUR
ডিমাপুৰত আটক NSGN ৰ কেদাৰ

নিউজ ডেস্ক,17 অক্টোবৰঃ শুকুৰবাৰে ডিমাপুৰত আটক হ’ল এজন এন.এচ.চি.এন(খাপলাং) কেডাৰ ৷ এক গোপন সূত্ৰৰ পম খেদি নিৰাপত্তাৰক্ষীয়ে চলোৱা এক বিশেষ অপাৰেচনৰ সময়ত আটক কৰে এন.এচ.চি.এন(খাপলাং)ৰ কেডাৰজনক ৷ অসম নাগালেণ্ড সীমান্তত বহুদিনৰে পৰা ধন দাবী কৰি অহাৰ অভিযোগ কেডাৰজনৰ বিৰুদ্ধে ৷ নিৰাপত্তাৰক্ষীয়ে আটক কৰা কেডাৰজনৰ পৰা এটা 9mm পিষ্টল,ব্যৱহাৰ নকৰা ধন দাবী পত্ৰৰ দুখন বহী, এটা ম'বাইল ফোনৰ লগতে বহু আপত্তিজনক নথি পত্ৰ জব্দ কৰা হৈছে ৷

আটকাধীন এন.এচ.চি.এন কেডাৰজনক নিৰাপত্তাৰক্ষীয়ে গটাই দিছে ডিমাপুৰ আৰক্ষীক ৷ ইতিমধ্যে আৰক্ষীয়ে কেডাৰজনক চমজি লোৱাৰ লগতে অনুসন্ধান অব্যাহত ৰাখিছে ৷

লগতে পঢ়ক:অসম-মেঘালয় সীমান্ত পৰিদৰ্শন প্ৰাক্তন মন্ত্ৰী প্ৰণয় ৰাভাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.