নিউজ ডেস্ক, ১৫ জুলাইঃ উচ্চতম ন্যায়ালয়ে বুধবাৰে মাৰাঠাসকলৰ শিক্ষা আৰু চাকৰিৰ ক্ষেত্ৰত সংৰক্ষণৰ বিষয়ে উল্লেখ থকা মহাৰাষ্ট্ৰ আইন সম্পৰ্কত শুনানি গ্ৰহণ কৰিব ৷
বিচাৰপীঠ এল এন ৰাওৰ নেতৃত্বত তিনিজনীয়া বিচাৰপীঠে মুম্বাই উচ্চ ন্যায়ালয়ৰ আদেশক প্ৰত্যাহ্বান দিয়াৰ এখন আৱেদনৰ ওপৰত শুনানি গ্ৰহণ কৰে । য'ত মাৰাঠা সকলক সামাজিক আৰু শৈক্ষিকভাৱে পাচ পৰি থকা শ্ৰেণীৰ লোক আইনৰ অধীনত ১২-১৩ শতাংশ কোটা মঞ্জুৰ কৰা হৈছিল । উল্লেখ্য যে, সামাজিক আৰু শৈক্ষিক ৰূপৰ পশ্চাদপদ শ্ৰেণী আইন ২০১৮ আইনৰ অধীনত মহাৰাষ্ট্ৰত মাৰাঠা সম্প্ৰদায়ৰ সকলৰ চাকৰিৰ বাবে সংৰক্ষণ কৰে ।
লগতে পঢ়ক : গ্ৰন্থৰ ৰূপত প্ৰকাশ পাব চুনু চুডে প্ৰৱাসী শ্ৰমিকক কৰা সহায়ৰ কাহিনী