ETV Bharat / bharat

উচ্চমত ন্যায়ালয়ত CAAৰ শুনানি সম্পন্নঃ অসম আৰু ত্ৰিপুৰাৰ ক্ষেত্ৰত পৃথককৈ হ'ব শুনানি - SC to hear over 140 pleas challenging CAA today

নাগৰিকত্ব সংশোধনী আইন
ন্যায়ালয় চৌহদৰ বাহিৰত সাব্যস্ত প্ৰতিবাদ
author img

By

Published : Jan 22, 2020, 11:40 AM IST

Updated : Jan 22, 2020, 12:41 PM IST

12:27 January 22

কেন্দ্ৰলৈ জাননী জাৰি উচ্চতম ন্যায়ালয়ৰ

নতুন দিল্লী,22 জানুৱাৰীঃ বুধবাৰে উচ্চতম ন্যায়ালয়ে কেন্দ্ৰলৈ শেহতীয়া এখন জাননী প্ৰেৰণ কৰে ৷ ইয়াৰ উত্তৰ দাখিল কৰিবলৈ কেন্দ্ৰক চাৰি সপ্তাহৰ সময় দিছে ন্যায়ালয়ে ৷

12:19 January 22

অসম সন্দৰ্ভত উত্তৰ দিবলৈ কেন্দ্ৰক দুসপ্তাহৰ সময়

নতুন দিল্লী,22 জানুৱাৰীঃ ন্যায়ালয়ত দাখিল কৰা আবেদনৰ ভিত্তিত মুখ্য ন্যায়াধীশ এচ এ ব’বডে কেন্দ্ৰক উত্তৰ দিবলৈ দুসপ্তাহৰ সময় প্ৰদান কৰে ৷ সেয়ে দুসপ্তাহ পিছত ন্যায়ালয়ে এই সন্দৰ্ভত পুনৰ শুনানি গ্ৰহণ কৰিব বুলি  মুখ্য ন্যায়াধীশ গৰাকীয়ে প্ৰকাশ কৰে ৷

12:11 January 22

অসমৰ পৰিস্থিতি পৃথকঃঅধিবক্তা

নতুন দিল্লী,22 জানুৱাৰীঃ দেশৰ জ্যেষ্ঠ অধিবক্তা বিকাশ সিঙে নাগৰিকত্ব সংশোধনী আইন সম্পৰ্কত অসমৰ পৰিস্থিতি পৃথক বুলি প্ৰকাশ কৰে ৷ বিগত সময়ত প্ৰায় 40,000 লোক অসমত প্ৰৱেশ কৰা বুলি ন্যায়ালয়ত অধিবক্তা গৰাকীয়ে মন্তব্য প্ৰকাশ কৰে ৷

12:03 January 22

স্থগিতাদেশ জাৰি নকৰিলে দেশৰ শীৰ্ষতম ন্যায়ালয়ে

নতুন দিল্লী,22 জানুৱাৰীঃ বুধবাৰে উচ্চতম ন্যায়ালয়ে গ্ৰহণ কৰা শুনানিৰ পিচত কোনোধৰণৰ স্থগিতাদেশৰ জাৰি কৰা নাই ৷ কিয়নো কেন্দ্ৰই এই প্ৰসংগত কোনো শপতনামা দাখিল কৰা নাই ৷ আদালতত দাখিল কৰা 144 খন আবেদনৰ মাত্ৰ 60 খনৰহে পৰীক্ষা ন্যায়ালয়ে কৰা বুলি এট’ৰ্নী জেনেৰেল কে কে বেণুগোপাল ৰাওৱে প্ৰকাশ কৰে ৷ 
 
11:48 January 22

মঙলবাৰে নিশা ন্যায়ালয় চৌহদৰ বাহিৰত প্ৰতিবাদ মহিলাৰ

নতুন দিল্লী,22 জানুৱাৰীঃ প্ৰায় 20 গৰাকী মহিলা আৰু শিশুই মঙলবাৰে নিশা নাগৰিকত্ব সংশোধনী আইনৰ বিপক্ষে প্ৰতিবাদ সাব্যস্ত কৰি দেশৰ চূড়ান্ত ন্যায়ালয়ৰ গেটৰ বাহিৰত প্ৰতিবাদ সাব্যস্ত কৰে ৷ ততালিকে প্ৰতিবাদস্থলীত আৰক্ষী উপস্থিত হৈ এগৰাকী প্ৰতিবাদকাৰীক আটক কৰে ৷

11:00 January 22

নাগৰিকত্ব সংশোধনী আইন সম্পৰ্কত উচ্চতম ন্যায়ালয়ৰ শুনানি

নতুন দিল্লী,22 জানুৱাৰীঃ উচ্চতম ন্যায়ালয়ে বুধবাৰে নাগৰিকত্ব সংশোধনী আইন সম্পৰ্কত 140 খন আবেদনৰ ভিত্তিত শুনানি গ্ৰহণ কৰে ৷ বিতৰ্কিত আইনখনৰ সাংবিধানিক বৈধতা সম্পৰ্কে ন্যায়ালয়ে এই শুনানি গ্ৰহণ কৰে ৷ মুখ্য ন্যায়াধীশ এচ এ ব’বডেৰ তত্ত্বাৱধানত এখন বিচাৰপীঠে 140 খন আবেদনৰ ভিত্তিত এই শুনানি গ্ৰহণ কৰা হয় ৷ বিগত বৰ্ষৰ 18 ডিচেম্বৰত ন্যায়ালয়ে কেন্দ্ৰক বিভিন্ন বিষয়ত জাননী জাৰি কৰিছিল য’ত ইণ্ডিয়ান ইউনিয়ন মুছলীম লীগ আৰু কংগ্ৰেছ নেতা জয়ৰাম ৰমেশো অন্তৰ্ভুক্ত আছিল ৷ দেশৰ শীৰ্ষ ন্যায়ালয়খনে এই সন্দৰ্ভত 22 জানুৱাৰীত শুনানি গ্ৰহণ কৰে ৷ বিতৰ্কিত আইনখনে 2014 ৰ 31 ডিচেম্বৰৰ পূৰ্বে পাকিস্তান,বাংলাদেশ আৰু আফগানিস্তানৰ পৰা অহা হিন্দু,শিখ,বৌদ্ধ,খ্ৰীষ্টিয়ান,জৈন আৰু পাৰ্চী সম্প্ৰদায়ৰ লোকসকলক ভাৰতীয় নাগৰিকত্ব প্ৰদান কৰিব ৷

Intro:Body:

New Delhi: The Supreme Court is scheduled to hear on Wednesday a batch of pleas seeking to examine the constitutional validity of the Citizenship (Amendment) Act (CAA).

         A bench, headed by Chief Justice S A Bobde, which had issued notice to the Centre on December 18 on various pleas is likely to hear a batch of 143 petitions, including those filed by the Indian Union Muslim League (IUML) and Congress leader Jairam Ramesh.

         CAA seeks to grant citizenship to non-Muslim migrants belonging to Hindu, Sikh, Buddhist, Christian, Jain and Parsi communities who came to the country from Pakistan, Bangladesh and Afghanistan on or before December 31, 2014.

         Some of the petitions filed later have also sought a stay on the operation of the legislation which came into force on January 10.

         The apex court had on January 9 refused to entertain a plea seeking that the CAA be declared constitutional, saying the country is going through difficult times and there is so much violence that endeavour should be for peace.

         IUML said in its plea that CAA violates the fundamental Right to Equality and intends to grant citizenship to a section of illegal immigrants by making an exclusion on the basis of religion.

         President Ram Nath Kovind gave assent to the Citizenship (Amendment) Bill, 2019 on December 12, turning it into an Act.

         IUML seeks an interim stay on the operation of CAA and the Foreigner Amendment (Order), 2015 and Passport (Entry Into Rules), Amendment Rules, 2015.

         The petition had alleged that the government's CAA was against the basic structure of the Constitution and intended to explicitly discriminate against Muslims as the Act extended benefits only to Hindus, Sikhs, Buddhists, Jains, Parsis and Christians.

         The plea filed by Congress leader Jairam Ramesh, said the Act is a "brazen attack" on core fundamental rights envisaged under the Constitution and treats "equals as unequal".

         Ramesh said the substantial questions of law, including whether religion can be a factor to either acquire or deny citizenship in India, arises for consideration of the court as it is a "patently unconstitutional" amendment to the Citizenship Act, 1955.

         "The impugned Act creates two classifications, viz, classification on basis of religion and the classification on the basis of geography and both the classifications are completely unreasonable and share no rational nexus to the object of the impugned Act i.e., to provide shelter, safety and citizenship to communities who in their native country are facing persecution on grounds of religion," the plea has said.

         Several petitions have been filed challenging the constitutional validity of the CAA, including by RJD leader Manoj Jha, Trinamool Congress MP Mahua Moitra, AIMIM leader Asaduddin Owaisi. Several other petitioners include Muslim body Jamiat Ulama-i-Hind, All Assam Students Union (AASU), Peace Party, CPI, NGOs 'Rihai Manch' and Citizens Against Hate, advocate M L Sharma, and law students have also approached the apex court challenging the Act. 

Conclusion:
Last Updated : Jan 22, 2020, 12:41 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.