ETV Bharat / bharat

ধৰ্ষণৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ নতুন সমিতি গঠন - দুজনীয়া ন্যায়াধীশেৰে বিশেষ সমিতি গঠন

দেশজুৰি হোৱা ধৰ্ষণ কাণ্ডৰ সঠিক তদন্তৰ বাবে দুজনীয়া ন্যায়াধীশেৰে বিশেষ সমিতি গঠন উচ্চতম ন্যায়ালয়ৰ ৷

SC forms committee on expeditious disposal of rape cases across country
ধৰ্ষণৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ নতুন সমিতি গঠন
author img

By

Published : Dec 16, 2019, 9:09 PM IST

নতুন দিল্লী,16 ডিচেম্বৰঃ সমগ্ৰ দেশতে ভয়ংকৰ ৰূপত সংঘটিত হৈ থকা ধৰ্ষণৰ বিৰুদ্ধে ন্যায়িক বিচাৰৰ বাবে উচ্চতম ন্যায়ালয়ে দুজন ন্যায়াধীশেৰে গঠিত এখন নতুন সমিতি গঠন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷ উচ্চতম ন্যায়ালয়ৰ এক প্ৰশাসনিক সিদ্ধান্তত মুখ্য ন্যায়াধীশ এ.এচ বোবৰেই ন্যায়াধীশ সুভাষ ৰেড্ডী আৰু এম আৰ শ্বাহ মিলিত সমিতি গঠন কৰা হৈছে ৷ এই সিদ্ধান্ত সমগ্ৰ দেশত ধৰাবাহিকভাৱে সংঘটিত ধৰ্ষণ কাণ্ড তথা তেলাংগানাৰ দলবদ্ধ ধৰ্ষণৰ অভিযুক্তসকলক আৰক্ষীয়ে গুলীয়াই হত্যা কৰাৰ পিচত গ্ৰহণ কৰা হয় ৷

আৰু পঢ়কঃ নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত লণ্ডনত প্ৰবাসী অসমীয়াৰ প্ৰতিবাদ

ZCZC
PRI GEN LGL NAT
.NEWDELHI LGD23
SC-COMMITTEE
SC forms committee on expeditious disposal of rape cases across country
         New Delhi, Dec 16 (PTI) The Supreme Court has set up a 2-judge committee to look into the issue of expeditious disposal of rape cases across the country, a source said on Monday.
         In an administrative decision, Chief Justice S A Bobde has set up the two-member committee of Justices Subhash Reddy and M R Shah, the source said.
         The decision comes in the wake of rise in rape cases across the country and the recent incident of encounter killing of four accused in the gang rape and murder of a veterinarian in Telangana. PTI SJK RKS
SA
12161424
NNNN
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.