ETV Bharat / bharat

নাগৰিকত্ব সংশোধনী আইনৰ সাংবিধানিক বৈধতা পৰীক্ষণৰ সিদ্ধান্ত উচ্চতম ন্যায়ালয়ৰ - নাগৰিকত্ব (সংশোধিত) আইনৰ সাংবিধানিক বৈধতা পৰীক্ষণৰ

শীৰ্ষ আদালতে নাগৰিকত্ব (সংশোধিত) আইনক প্ৰত্যাহ্বান জনোৱা আবেদনকাৰীৰ এটা গোটক কেন্দ্ৰ কৰি কেন্দ্ৰলৈ এখন জাননী জাৰি কৰিছে ৷ অহা বৰ্ষৰ 22জানুৱাৰীত হ'ব শুনানি ৷

সংশোধিত নাগৰিকত্ব আইনৰ সাংবিধানিক বৈধতা পৰীক্ষণৰ সিদ্ধান্ত

author img

By

Published : Dec 18, 2019, 8:05 PM IST

নেশ্যনেল ডেস্ক, 18 ডিচেম্বৰ: উচ্চতম ন্যায়ালয়ে বুধবাৰে সংশোধিত নাগৰিকত্ব আইনৰ সাংবিধানিক বৈধতা পৰীক্ষণৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ কিন্তু ইয়াৰ কাৰ্যক্ৰম স্থগিত কৰাৰ কথা অস্বীকাৰ কৰিছে ৷ এই আইনে পাকিস্তান,বাংলাদেশ আৰু আফগানিস্তানৰ অমুছলমান প্ৰবাসীসকলক ভাৰতীয় নাগৰিকৰ অধিকাৰ প্ৰদান কৰিব ৷ শীৰ্ষ আদালতে নাগৰিকত্ব (সংশোধিত) আইনক প্ৰত্যাহ্বান জনোৱা আবেদনকাৰীৰ এটা গোটক কেন্দ্ৰ কৰি কেন্দ্ৰলৈ এখন জাননী জাৰি কৰিছে ৷

এই আইনখনৰ বিযয়ে মন্তব্য প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ

মুখ্য ন্যায়াধীশ এচ.এ ববডে আৰু ন্যায়াধীশ বি.আৰ গাৱাই আৰু ন্যায়াধীশ সূৰ্য কান্তে 59টা আবেদন স্থিৰ কৰিছে,য'ত ইণ্ডিয়ান ইউনিয়ন মুছলিম লীগ আৰু কংগ্ৰেছ নেতা জয়ৰাম ৰমেশৰ দ্বাৰা ভৰ্তি কৰোৱা হৈছে ৷ ইয়াক অহা বৰ্ষৰ 22 জানুৱাৰীলৈ শুনানিৰ বাবে ৰখা হৈছে ৷

এই আইনখনৰ বিষয়ে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে ইটিভি ভাৰতক কয় যে,এই আইখন অসমৰ বাবে অতি বিপদজনক,কিয়নো বাংলাদেশৰ একেবাৰে নিকটতম স্থানত অসমৰ অৱস্থান ৷ এই আইনখনে উত্তৰ পূৰ্বাঞ্চলৰ সংস্কৃতি,ঐতিহ্য আৰু জনসংখ্যাৰ ক্ষেত্ৰত বিৰুপ প্ৰভাৱ পেলাব ৷

ভাৰতীয় জনতা পাৰ্টীৰ নেতা আৰু অধিবক্তা অশ্বিনী উপাধ্যায়

ভাৰতীয় জনতা পাৰ্টীৰ নেতা আৰু অধিবক্তা অশ্বিনী উপাধ্যায়ে কয,নাগৰিকত্ব সংশোধনী আইন বাতিল কৰা নহয় আৰু এই আইনক প্ৰত্যাহ্বান জনোৱা 60খন আবেদনৰ শুনানিৰ তাৰিখ 22জানুৱাৰী ধাৰ্য কৰা হৈছে ৷ তাৰোপৰি তেওঁ কয় যে, ন্যায়াধীশৰ আদেশ জনসাধাৰণক 'নাগৰিকত্ব সংশোধনী আইন'ৰ লক্ষ্য, উদ্দেশ্য আৰু ভাল দিশবোৰৰ বিষয়ে অৱগত কৰিবলৈ সংবাদ মাধ্যম সমূহত প্ৰচাৰ আৰু প্ৰকাশ কৰিব লাগে ৷ আবেদনকাৰী

অধিবক্তা প্ৰশান্ত ভূষণৰ মন্তব্য

আবেদনকাৰী সকলৰ অন্যতম ইণ্ডিয়ান ইউনিয়ন মুছলিম লীগে তেওঁলোকৰ আবেদনকাৰী উল্লেখ কৰে যে, এই আইনখনে সমতাৰ মৌলিক অধিকাৰক উলংঘা কৰিছে আৰু ধৰ্মৰ ভিত্তিত একাংশ অবৈধ প্ৰবাসীক নাগৰিকতা প্ৰদানৰ সিদ্ধান্ত লৈছে ৷

সংসদে এই আইনখনক অনুমতি প্ৰদান কৰিছে, যি আইনে 2014 চনৰ 31 ডিচেম্বৰ আৰু তাৰ আগতে অহা হিন্দু,পাৰ্চী,শিখ,জৈন আৰু বুদ্ধ ধৰ্মৰ লোকসকলক নাগৰিকত্বৰ অধিকাৰ পৰ্দান কৰিব ৷

অধিবক্তা পল্লৱী প্ৰতাপৰ দ্বাৰা অনুমোদিত IUMLয়ে প্ৰদান কৰা আবেদনত 'কা' আৰু বিদেশ সংশোধন (আদেশ),2015 আৰু পাছপ'ৰ্ট সংশোধনী নিয়ম 2015 সঞ্চালন বাতিলৰ দাবী জনায় ৷

কংগ্ৰেছ নেতা ৰমেশ জয়ৰামৰ দ্বাৰা জাৰি কৰা আবেদনত কোৱা হৈছে, এই সংবিধানে সাংবিধানিক মুখ্য মৌলিক অধিকাৰত ওপৰত কৰা এক আক্ৰমণ ৷

অধিবক্তা প্ৰশান্ত ভূষণেও কয় যে, আজি দাখিল কৰা আবেদনখন আছিল 'কা'ৰ বিৰুদ্ধে ৷ বিদেশীৰ শাসন আৰু পাছপ'ৰ্ট নিয়মকো উচ্চতম ন্যয়ালয়ত প্ৰত্যাহ্বান জনোৱা হৈছে ৷

RJDৰ নেতা মনোজ ঝা, তৃণমূল কংগ্ৰেছৰ সাংসদ মহুৱা মৈত্ৰা,AIMIMৰ নেতা আচাদুদ্দিন ওৱেছিয়েও নাগকিকত্ব (সংশোধিত) আইন 2019 ক প্ৰত্যাহ্বান জনাই আবেদন দাখিল কৰে ৷

ইয়াৰোপৰিও Jamiat Ulama-i-Hind, আছু, Peace Party, বেচৰকাৰকী সংস্থা ৰিহাই মঞ্চ, অধিবক্তা এম.এল শৰ্মা, আইন ছাত্ৰ ইত্যাদিকে ধৰি কেইবাটাও দল সংগঠনে উচ্চতম ন্যায়ালয়ত এই আইনৰ বিৰুদ্ধে প্ৰত্যাহ্বন জনাই আবেদন দাখিল কৰিছে ৷

লগতে পঢ়ক: নাগৰিকত্ব সংশোধনী আইন আৰু অৰাজক উত্তৰ-পূৱ

ZCZC
PRI GEN LGL NAT
.NEWDELHI LGD9
SC-CAA
SC decides to examine constitutional validity of Citizenship Amendment Act
         New Delhi, Dec 18 (PTI) The Supreme Court on Wednesday decided to examine the constitutional validity of the Citizenship (Amendment) Act but refused to stay its operation.
          The Act provides citizenship rights to certain class of refugees who have come to India from Pakistan, Bangladesh and Afghanistan.
          A bench comprising Chief Justice S A Bobde and justices B R Gavai and Surya Kant fixed the pleas, including those filed by the Indian Union Muslim League and Congress leader Jairam Ramesh, for hearing on January 22, next year.
          The bench issued notice to the Centre on the batch of pleas seeking stay on the operation of the law as well as on the main petition challenging the constitutional validity of the controversial legislation. PTI SJK RKS URD URD
DV
DV
12181134
NNNN
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.