ETV Bharat / bharat

ABVP ক নিষিদ্ধ কৰাৰ দাবী ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ

author img

By

Published : Jan 6, 2020, 5:32 PM IST

5 জানুৱাৰীত JNU আক্ৰমণৰ ঘটনাক গৰিহণা দিয়ে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে ৷ JNUৰ আক্ৰমণৰ ঘটনাত জৰিতসকলৰ ফটো থকা বুলি দাবী কৰি এই আক্ৰমণৰ সৈতে কেন্দ্ৰীয় চৰকাৰৰ ষড়যন্ত্ৰ নিহিত হৈ আছে বুলিও অভিযোগ তোলে সংগঠনটোৱে ৷

ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি
ABVP ক নিষিদ্ধৰ দাবী উত্থাপন ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ

বৰপেটা,৬ জানুৱাৰীঃ JNUৰ আক্ৰমণৰ ঘটনাক তীব্ৰ নিন্দা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ । ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কাৰ্যকৰী সভাপতি আশ্ৰাফুল ইছলামে JNUৰ আক্ৰমণৰ ঘটনাৰ ওপৰত প্ৰতিক্ৰিয়া ব্যক্ত কৰে ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সৈতে JNUৰ আক্ৰমণৰ ঘটনাত জৰিতসকলৰ ফটো থকা বুলি দাবী কৰি এই আক্ৰমণৰ সৈতে কেন্দ্ৰীয় চৰকাৰৰ ষড়যন্ত্ৰ নিহিত হৈ আছে বুলিও অভিযোগ তোলে ছাত্ৰ মুক্তিৰ সভাপতি গৰাকীয়ে ৷

তাৰোপৰি JNUক কেন্দ্ৰীয় চৰকাৰে টাৰ্গেট কৰি লোৱাৰ অভিযোগ তুলি নাগৰিকত্ব সংশোধনী আইন আৰু এনআৰচিৰ বিৰুদ্ধে দেশজুৰি হোৱা প্ৰতিবাদী আন্দোলনক অন্য ফালে নিবলৈকে এই ঘটনা সংঘটিত কৰা বুলি মন্তব্য কৰে সভাপতি গৰাকীয়ে ৷ পূৰ্বৰেপৰাই শিক্ষানুষ্ঠানত আক্ৰমণ সংঘটিত কৰা ঘটনাৰ সৈতে ABVP জড়িত হৈ আহিছে বুলি উল্লেখ কৰি ABVP ক নিষিদ্ধ কৰাৰ দাবী উত্থাপন কৰে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে ৷

ইপিনে এই ঘটনাৰ বিৰুদ্ধে সোমবাৰে গুৱাহাটীৰ নেহৰু পাৰ্কৰ ওচৰত প্ৰতিবাদ সাব্যস্ত কৰে ছাত্ৰ মুক্তিয়ে ৷ ৰাজ্যৰ সকলো দল সংগঠন,নাগৰিক সমাজ আৰু বুদ্ধীজীৱী মহলক এই প্ৰতিবাদী কাৰ্যসূচীত সমবেত হোৱাৰ আহ্বান জনাই ছাত্ৰমুক্তি সংগ্ৰাম সমিতিৰ কাৰ্যকৰী সভাপতিগৰাকীয়ে ৷

লগতে পঢ়কঃ পাকিস্তানৰ পৰা উভটিত অসমৰ সীমান্ত শইকীয়া

Intro:
বৰপেটা, ৬ জানুৱাৰীঃ JNUৰ আক্ৰমনৰ ঘটনাক তীব্ৰ নিন্দা কৰিছে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে । ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কাৰ্যকৰী সভাপতি আশ্ৰাফুল ইছলামে JNUৰ আক্ৰমনৰ ঘটনাৰ ওপৰত প্ৰতিক্ৰীয়া ব্যক্ত কৰিছে ৷ Body:প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সৈতে JNUৰ আক্ৰমনৰ ঘটনাত জৰিতসকলৰ ফটো থকা বুলি দাবী কৰি এই আক্ৰমনৰ সৈতে কেন্দ্ৰীয় চৰকাৰৰ ষড়যন্ত্ৰ নিহিত হৈ আছে বুলিও অভিযোগ তুলিছে ছীত্ৰমুকিতিৰ কাৰ্যকৰী সভাপতিগৰাকীয়ে ৷ ইপিনে JNUক কেন্দ্ৰীয় চৰকাৰে টাৰ্গেট কৰি লোৱাৰ অভিযোগ তুলি কা' আৰু এনআৰচিৰ বিৰুদ্ধে দেশজুৰি হোৱা প্ৰতিবাদী ইছ্যুক অন্য ফালে নিবলৈকে এই ঘটনা সংঘটিত কৰা বুলি মন্তব্য কৰিছে ৷ পূৰ্বৰেপৰাই শিক্ষানুষ্ঠানত আক্ৰমন সংঘটিত কৰা ঘটনাৰ সৈতে ABVP জৰিত হৈ আহিছে বুলি উল্লেখ কৰি ABVP ক নিষিদ্ধৰ দাবী উত্থাপন কৰে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে ।ইপিনে এই ঘটনাৰ বিৰুদ্ধে আজি বিয়লি ৪ বজাত গুৱাহাটীৰ নেহৰু পাৰ্কৰ ওচৰত প্ৰতিবাদ সাব্যস্ত কৰিব ছাত্ৰমুক্তিয়ে ৷ ৰাজ্যৰ সকলো দল সংগঠন, নাগৰিক সমাজ আৰু বুদ্ধিজীৱিমহলক এই প্ৰতিবাদী কীৰ্যসূচীত সমবেত হোৱাৰ আহ্বান জনাইছে ছাত্ৰমুক্তি সংগ্ৰাম সমিতিৰ কাৰ্যকৰী সভাপতিগৰাকীয়ে ৷

Conclusion:বাইটঃ আশ্ৰাফুল ইছলাম, কাৰ্যকৰী সভাপতি, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি, অসম ৷

--- বাপকন দাস, বৰপেটা ৷
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.