ETV Bharat / bharat

তিহাৰ কাৰাগাৰত মহিলা কাৰাবন্দীৰ বাবে স্বাৱলম্বিতাৰ নতুন পথ - তিহাৰ কাৰাগাৰ

আন্তৰ্জাতিক নাৰী দিৱসৰ লগত সংগতি ৰাখি মুকলি কৰা হ'ল চেনিটেৰি নেপকিন প্ৰস্তুত শাখা ৷

Sanitary napkin
author img

By

Published : Mar 9, 2019, 12:18 PM IST

নতুন দিল্লী, 9 মাৰ্চ:তিহাৰ কাৰাগাৰৰ মহিলা কাৰবন্দীসকলৰ বাবে স্বাৱলম্বিতাৰ দিশত এক বিশেষ পদক্ষেপ গ্ৰহণ ৷ কাৰাগাৰত মুকলি হ’ল চেনিটেৰি নেপকিন প্ৰস্তুত শাখা ৷ আন্তৰ্জাতিক নাৰী দিৱসৰ লগত সংগতি ৰাখি মুকলি কৰা হয় শাখাটো ৷

স্বেচ্ছাসেৱী সংগঠন পহলৰ উদ্যোগত নিৰ্মাণ হোৱা শাখাটোৰ শুভাৰম্ভণি অনুষ্ঠানৰ সংগতি ৰাখি বিভিন্ন ধৰণৰ সাংস্কৃতিক কাৰ্যসূচীৰো আয়োজন কৰা হয় ৷ সাংস্কৃতিক কাৰ্যসূচী সমূহত কাৰাগাৰৰ মহিলা কয়দী সকলৰ লগতে তেওঁলোকৰ সন্তানসকলে বিভিন্ন ধৰণৰ অনুষ্ঠান পৰিৱেশন কৰে ৷

ASSIGN IT TO DHARITRI
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.