ETV Bharat / bharat

চৰ্চাত শচীন পাইলট আৰু জ্যোতিৰাদিত্য সিন্ধিয়াৰ নাম !

ইতিমধ্যে দলটোৰ ৰাষ্ট্ৰীয় সভাপতি পদৰ বাবে ৰাজস্থানৰ উপ মুখ্যমন্ত্ৰী শচীন পাইলট,পশ্চিম উত্তৰ প্ৰদেশৰ কংগ্ৰেছৰ দায়িত্বত থকা জ্যোতিৰাদিত্য সিন্ধিয়া ,মুম্বাইৰ কংগ্ৰেছ সভাপতি মিলিন্দ দেওৰাৰ নাম চৰ্চালৈ আহিছে ৷

ETV BHARAT
author img

By

Published : Jul 7, 2019, 4:56 PM IST

নতুন দিল্লী,7 জুলাই : ৰাহুল গান্ধীয়ে কংগ্ৰেছৰ সভাপতি পদৰ পৰা পদত্যাগ কৰাৰ পাচৰে পৰা পৰৱৰ্তী সভাপতিক লৈ আৰম্ভ হৈছে জল্পনা-কল্পনা ৷ পঞ্জাৱৰ মুখ্যমন্ত্ৰী অমৰিন্দৰ সিঙে যুৱ সমাজক আকৰ্ষিত কৰিব পৰা এজন প্ৰভাৱশালী যুৱ নেতাক সভাপতি হিচাপে নিযুক্তি দিবলৈ কংগ্ৰেছৰ কাৰ্যকৰী সমিতিক আহ্বান জনাইছে ৷

  • After unfortunate decision of @RahulGandhi to quit, hope to see another dynamic youth leader as @INCIndia president to galvanise party. Urge CWC to take note of young India’s need for a young leader, aligned to aspirations of its large youth population & with grassroots connect.

    — Capt.Amarinder Singh (@capt_amarinder) July 6, 2019 " class="align-text-top noRightClick twitterSection" data=" ">

ইতিমধ্যে দলটোৰ ৰাষ্ট্ৰীয় সভাপতি পদৰ বাবে ৰাজস্থানৰ উপ মুখ্যমন্ত্ৰী শচীন পাইলট,পশ্চিম উত্তৰ প্ৰদেশৰ কংগ্ৰেছৰ দায়িত্বত থকা জ্যোতিৰাদিত্য সিন্ধিয়া ,মুম্বাইৰ কংগ্ৰেছ সভাপতি মিলিন্দ দেওৰাৰ নাম চৰ্চালৈ আহিছে ৷
এগৰাকী ৰাজনৈতিক বিশ্লেষক জেনৱ সিকন্দৰে এই বিষয়ত ইটিভি ভাৰতৰ সৈতে হোৱা সাক্ষাৎকাৰত কয় যে ,বৰ্তমান সময়ত দলটোৰ উত্থানৰ বাবে এগৰাকী শক্তিশালী তথা প্ৰভাৱশালী নেতাৰ যথেষ্ট প্ৰয়োজন ৷ তেওঁ লগতে কয় যে ,ৰাজস্থানৰ কংগ্ৰেছৰ উত্থানৰ দিশটোলৈ লক্ষ্য কৰিলে শচীন পাইলটক এই সভাপতি পদৰ বাবে যোগ্য প্ৰাৰ্থী হিচাপে গণনা কৰিব পাৰি ৷ কিয়নো এতিয়া ভাৰতৰ জনসাধাৰণে কোনো বিশেষ দলক নহয় বৰঞ্চ প্ৰাৰ্থীকহে ভোটদান কৰে ৷ প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থীৰ হিচাপতহে ভোটদান কৰে জনসাধাৰণে ৷

কোন হ'ব পৰৱৰ্তী কংগ্ৰেছ সভাপতি?

Sachin Pilot, Jyotiraditya Scindia likely to be next Congress Prez?
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.