ETV Bharat / bharat

সবকা সাথ, সবকা বিকাশ, সবকা বিশ্বাসঃ মোডী মন্ত্ৰ - BJP

অভিলেখ সংখ্যক ভোট লাভ কৰি দ্বিতীয়বাৰৰ বাবে চৰকাৰ গঠন কৰিব বিজেপিয়ে ৷ দ্বিতীয়টো কাৰ্যকালৰ বাবে ইতিমধ্যে সাজু হৈ উঠিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ৷

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী
author img

By

Published : May 26, 2019, 10:04 AM IST

নিউজ ডেস্ক, 26 মেঃ দ্বিতীয়বাৰৰ বাবে দেশৰ প্ৰধানমন্ত্ৰী হিচাপে মনোনীত হোৱাৰ পিচতেই দেশৰ জনসাধাৰণৰ ইচ্ছা-আকাংক্ষা পূৰণ কৰিবলৈ সাজু বুলি উল্লেখ কৰে নৰেন্দ্ৰ মোডীয়ে ৷ দেশৰ শাসনৰ ভাৰ দখল কৰিয়ে জনসাধাৰণক ধন্যবাদ জ্ঞাপন কৰি এইদৰে উল্লেখ কৰে প্ৰধানমন্ত্ৰী মোডীয়ে ৷

আনহাতে বিকাশৰ নীতিক নতুন ৰূপত আগুৱাই নিবলৈ প্ৰধানমন্ত্ৰীগৰাকীয়ে সকলোৰে সহযোগিতা কামনা কৰিছে ৷ সংখ্যালঘু লোকৰ মনত বিৰোধীয়ে অনাহুত ভয়ৰ সৃষ্টি কৰিছে ৷ দেশৰ সংখ্যালঘুসকলক এইদৰেই প্ৰতাৰণা কৰি অহা হৈছে ৷ এইসকল লোকৰ জীৱন ধাৰা উন্নত কৰিবৰ বাবে কাম কৰিবলৈ সাজু বুলি উল্লেখ কৰে নৰেন্দ্ৰ মোডীয়ে ৷ আনহাতে বিগত বৰ্ষৰ তেঁওৰ উন্নয়নৰ নীতি সবকা সাথ সবকা বিকাশৰ সৈতে এইবাৰ নতুনকৈ যোগ কৰিছে সবকা বিশ্বাস ৷ অৰ্থাৎ এইবাৰৰ পৰা সবকা সাথ, সবকা বিকাশ, সবকা বিশ্বাস হ'ব নৰেন্দ্ৰ মোডীৰ নতুন কৰ্মনীতি ৷

New Delhi, May 26 (ANI): Prime Minister Narendra Modi, who was elected the leader of NDA on Saturday, added "sabka vikas" to his "sabka saath, sabka vikas" slogan as he urged his party leaders to burst the bubble of "imaginary fear" instilled in the minds of minority by the opposition. PM Modi said as the poor of the country were betrayed, the same has been the case with India's minorities who were treated only as vote banks, and said 'sabka saath, sabka vikas, sabka vishwas' would aim to correct that.

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.