নিউজ ডেস্ক, ২ মাৰ্চঃ পাকিস্তানৰ হাতত বন্দী হোৱা ভাৰতীয় বায়ুসেনাৰ অভিজ্ঞ যুঁজাৰু বৈমানিক অভিনন্দন বৰ্থমানক সাক্ষাৎ কৰিলে দেশৰ প্ৰতিৰক্ষা মন্ত্ৰীয়ে । প্ৰতিৰক্ষা মন্ত্ৰী নিৰ্মলা সীমাৰমণে নতুন দিল্লীৰ এক সেনা চিকিৎসালয়ত সাক্ষাৎ কৰে বায়ু সেনাৰ উইং কামাণ্ডাৰগৰাকীক ।
পাকিস্তানৰ হাতত বন্দী হোৱাৰ পাচটো বায়ু সেনাৰ পাইলটগৰাকীয়ে পাকিস্তান সেনাক প্ৰদান কৰা নাছিল কোনোধৰণৰ তথ্য । পৰৱৰ্তী সময়ত পাকিস্তান সেনাৰ দ্বাৰা বায়ু সেনা বিষয়াগৰাকীৰ সোধ-পোচৰ দৃশ্যাংশ ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছিল । সমগ্ৰ দেশেই ভাৰতীয় বায়ুসেনাৰ অভিজ্ঞ বিষয়া তথা উইং কামাণ্ডাৰগৰাকীৰ মুক্তিৰ বাবে অপেক্ষা কৰি থকাৰ সময়তে শুক্ৰবাৰে নিশা পাকিস্তানে মুকলি কৰি দিছিল অভিনন্দন বৰ্থমানক ।
চিকিৎসালয়তে প্ৰতিৰক্ষা মন্ত্ৰীয়ে সাক্ষাৎ কৰিলে অভিনন্দন বৰ্থমানক - Defense minister
শাৰিৰীক-মানসিক বিভিন্ন দিশৰ লগতে বায়ু সেনা বিষয়াগৰাকীৰ সমগ্ৰ শৰীৰতে বহুকেইটা পৰীক্ষণ সম্পন্ন কৰিব ভাৰতীয় বায়ুসেনাৰ অভিজ্ঞ চিকিসকৰ দলে ।
নিউজ ডেস্ক, ২ মাৰ্চঃ পাকিস্তানৰ হাতত বন্দী হোৱা ভাৰতীয় বায়ুসেনাৰ অভিজ্ঞ যুঁজাৰু বৈমানিক অভিনন্দন বৰ্থমানক সাক্ষাৎ কৰিলে দেশৰ প্ৰতিৰক্ষা মন্ত্ৰীয়ে । প্ৰতিৰক্ষা মন্ত্ৰী নিৰ্মলা সীমাৰমণে নতুন দিল্লীৰ এক সেনা চিকিৎসালয়ত সাক্ষাৎ কৰে বায়ু সেনাৰ উইং কামাণ্ডাৰগৰাকীক ।
পাকিস্তানৰ হাতত বন্দী হোৱাৰ পাচটো বায়ু সেনাৰ পাইলটগৰাকীয়ে পাকিস্তান সেনাক প্ৰদান কৰা নাছিল কোনোধৰণৰ তথ্য । পৰৱৰ্তী সময়ত পাকিস্তান সেনাৰ দ্বাৰা বায়ু সেনা বিষয়াগৰাকীৰ সোধ-পোচৰ দৃশ্যাংশ ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছিল । সমগ্ৰ দেশেই ভাৰতীয় বায়ুসেনাৰ অভিজ্ঞ বিষয়া তথা উইং কামাণ্ডাৰগৰাকীৰ মুক্তিৰ বাবে অপেক্ষা কৰি থকাৰ সময়তে শুক্ৰবাৰে নিশা পাকিস্তানে মুকলি কৰি দিছিল অভিনন্দন বৰ্থমানক ।
Indian Air Force, Wing Commander, WC Abhinandan Varthaman, Nirmala Sitharaman, Defence minister, ভাৰতীয় বায়ু সেনা, প্ৰতিৰক্ষা মন্ত্ৰ্ৰণালয়, উইং কামাণ্ডাৰ অভিনন্দন বৰ্থমান, প্ৰতিৰক্ষা মন্ত্ৰী নিৰ্মলা সীতাৰমণ
চিকিৎসালয়তে প্ৰতিৰক্ষা মন্ত্ৰীয়ে সাক্ষাৎ কৰিলে অভিনন্দন বৰ্থমানক
নিউজ ডেস্ক, ২ মাৰ্চঃ পাকিস্তানৰ হাতত বন্দী হোৱা ভাৰতীয় বায়ুসেনাৰ অভিজ্ঞ যুঁজাৰু বৈমানিক অভিনন্দন বৰ্থমানক সাক্ষাৎ কৰিলে দেশৰ প্ৰতিৰক্ষা মন্ত্ৰীয়ে । প্ৰতিৰক্ষা মন্ত্ৰী নিৰ্মলা সীমাৰমণে নতুন দিল্লীৰ এক সেনা চিকিৎসালয়ত সাক্ষাৎ কৰে বায়ু সেনাৰ উইং কামাণ্ডাৰগৰাকীক ।
পাকিস্তানৰ হাতত বন্দী হোৱাৰ পাচটো বায়ু সেনাৰ পাইলটগৰাকীয়ে পাকিস্তান সেনাক প্ৰদান কৰা নাছিল কোনোধৰণৰ তথ্য । পৰৱৰ্তী সময়ত পাকিস্তান সেনাৰ দ্বাৰা বায়ু সেনা বিষয়াগৰাকীৰ সোধ-পোচৰ দৃশ্যাংশ ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছিল । সমগ্ৰ দেশেই ভাৰতীয় বায়ুসেনাৰ অভিজ্ঞ বিষয়া তথা উইং কামাণ্ডাৰগৰাকীৰ মুক্তিৰ বাবে অপেক্ষা কৰি থকাৰ সময়তে শুক্ৰবাৰে নিশা পাকিস্তানে মুকলি কৰি দিছিল অভিনন্দন বৰ্থমানক ।
ৱাগাহ-আটাৰী সীমান্তৰে ভাৰতৰ ভূমিত প্ৰৱেশ কৰা অভিনন্দনে অমৃতসৰৰ পালম বিমানঘাটিত নিজৰ পৰিয়ালক সাক্ষাৎ কৰে । বায়ু সেনাৰ বিষয়াগৰাকীক সদ্যহাতে নতুন দিল্লীৰ বায়ু সেনাৰ এখন চিকিৎসালয়ত সাধাৰণ স্বাস্থ্য সেৱাৰ লগতে বিভিন্ন পৰীক্ষণ চলি আছে । শাৰিৰীক মানসিক বিভিন্ন দিশৰ লগতে বায়ু সেনা বিষয়াগৰাকীৰ সমগ্ৰ শৰীৰতে বহুকেইটা পৰীক্ষণ সম্পন্ন কৰিব ভাৰতীয় বায়ুসেনাৰ অভিজ্ঞ চিকিসকৰ দলে ।
আনহাতে আজি ৰাতিপুৱাৰ ভাগত বায়ু সেনাৰ পাইলটগৰাকীৰ স্বাস্থ্যৰ বুজ ল'বলৈ চিকিৎসালয়ত উপস্থিত হয় দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী । প্ৰতিৰক্ষা মন্ত্ৰী নিৰ্মলা সীতাৰমণে বায়ুসেনাৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে চিকিৎসালয়তে সাক্ষাৎ কৰে ভাৰতৰ বীৰ সন্তানগৰাকীক ।