ETV Bharat / bharat

লোকসভাৰ সচিব হিচাপে নিযুক্ত প্ৰাক্তন ভাৰতীয় প্ৰশাসনিক বিষয়া উৎপল কুমাৰ সিং - Retired IAS officer Utpal Kumar Singh

লোকসভাৰ সচিব হিচাপে অৱসৰপ্ৰাপ্ত ভাৰতীয় প্ৰশাসনিক বিষয়া উৎপল কুমাৰ সিঙক নিযুক্তি প্ৰদান লোকসভাৰ অধ্যক্ষৰ ৷ 1 ছেপ্তেম্বৰৰ পৰা কাৰ্যভাৰ গ্ৰহণ কৰিব উৎপল কুমাৰ সিঙে ৷

Retired IAS officer Utpal Kumar Singh appointed as secretary in Lok Sabha
লোকসভাৰ সচিব হিচাপে নিযুক্ত প্ৰাক্তন ভাৰতীয় প্ৰশাসনিক বিষয়া উৎপল কুমাৰ সিং
author img

By

Published : Aug 29, 2020, 10:33 AM IST

নেশ্যনেল ডেক্স, 29 আগষ্টঃ লোকসভাৰ সচিব হিচাপে নিযুক্ত প্ৰাক্তন ভাৰতীয় প্ৰশাসনিক বিষয়া ৷ অৱসৰপ্ৰাপ্ত ভাৰতীয় প্ৰশাসনিক বিষয়া উৎপল কুমাৰ সিঙক নিযুক্তি প্ৰদান লোকসভাৰ অধ্যক্ষৰ ৷ 1 ছেপ্তেম্বৰৰ পৰা কাৰ্যভাৰ গ্ৰহণ কৰিব উৎপল কুমাৰ সিঙে ৷ লোকসভা সচিবালয়ৰ পৰা প্ৰকাশিত এক জাননীত তেখেতৰ নিয়োগৰ চৰ্তাৱলীসমূহৰ বিষয়ে পৰৱৰ্তী সময়ত জনোৱা হ’ব বুলি কোৱা হয় ৷

Retired IAS officer Utpal Kumar Singh appointed as secretary in Lok Sabha
লোকসভা সচিবালয়ৰ পৰা প্ৰকাশিত জাননী

শুকুৰবাৰে প্ৰকাশ পোৱা চৰকাৰী বিজ্ঞপ্তিখনত "অধ্যক্ষই শ্ৰী উৎপল কুমাৰ সিঙক পে মেট্ৰিক্সৰ 17 স্তৰৰ ভিত্তিত 2020 চনৰ 1 ছেপ্তেম্বৰৰ পৰা পৰৱৰ্তী জাননী পৰ্যন্ত লোকসভাৰ সচিবৰ পদত নিযুক্তিৰ বাবে অনুমতি প্ৰদান কৰে" বুলি উল্লেখ কৰা হয় ৷

উল্লেখ্য যে, উৎপল কুমাৰ সিং ঝাৰখণ্ডৰ জামুইৰ বাসিন্দা ৷ 1986 চনত তেখেতে ভাৰতীয় প্ৰশাসনিক সেৱাত উত্তীৰ্ণ হৈছিল ৷ তেখেতে 31 জুলাইত উত্তৰাখণ্ডৰ মুখ্য সচিবৰ পদৰ পৰা অৱসৰ গ্ৰহণ কৰে ৷

লগতে পঢ়ক-জম্মু-কাশ্মীৰৰ পুলৱামাত নিহত 3 সন্ত্ৰাসবাদী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.