নিউজ ডেস্ক,১৮জুনঃ বন্দে ভাৰত মিছনৰ জৰিয়তে বিশেষ বিমানৰ যোগে ডুবাইত আবদ্ধ হৈ থকা ১৮৯ জন ভাৰতীয় লোকক বুধবাৰে ভাৰত চৰকাৰে দেশলৈ পুনৰ অনাৰ ব্যৱস্থা কৰে বিহাৰৰ নাগৰিক কেইজনক ।
!['বন্দে ভাৰত মিছন 'ৰ জৰিয়তে ১৮৯ জন ভাৰতীয় নাগৰিক ডুবাইৰ পৰা ভাৰতলৈ অনা হয়](https://etvbharatimages.akamaized.net/etvbharat/prod-images/11:32_7662541_1033_7662541_1592449437638.png)
উল্লেখযোগ্য যে বিগত ৬ মে মাহৰ পৰা দেশলৈ বন্দে ভাৰত মিছনৰ জৰিয়তে ৫৭,০০০ জন ভাৰতী নাগৰিক বিশ্বৰ বিভিন্ন প্ৰান্তত কোভিড ১৯ বাবে আবদ্ধ হৈ থকা লোক সকলক দেশলৈ অনাৰ ব্যৱস্থা কৰে ভাৰত চৰকাৰে । প্ৰথম পৰ্যায় ৭ মেৰ পৰা আৰম্ভ হৈছিল দেশলৈ প্ৰত্যাৱৰ্ত্তন কৰাৰ প্ৰক্ৰিয়া আবদ্ধ লোকসকলক । দ্বিতীয় পৰ্যায় আৰম্ভ হৈছিল ১৬ মেৰ পৰা কিন্তু ভাৰত চৰকাৰৰ বৈদেশিক বিভাগে ঘোষণা কৰে যে এই দ্বিতীয় পৰ্যায়ৰ সময় সীমা ১৩ জুনলৈকে বৃদ্ধি কৰা হৈছে বুলি ।
লগতে পঢকঃ বৰহোলাৰ জয়ন্ত বৰাৰ মৃত্যুক পৰিকল্পিত হত্যা আখ্যা বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ