ETV Bharat / bharat

তেলেংগানা: মুখ্যমন্ত্ৰী সাহাৰ্য পূঁজিলৈ ৰামোজী গ্ৰুপৰ 5 কোটিৰ অনুদান

author img

By

Published : Oct 22, 2020, 2:15 PM IST

তেলেংগানা মুখ্যমন্ত্ৰী সাহাৰ্য পূঁজিলৈ 5 কোটিৰ এককালীন আৰ্থিক অনুদান প্ৰদান কৰে ৰামোজী গ্ৰুপে ৷

তেলেংগানা: মুখ্যমন্ত্ৰী সাহাৰ্য পূঁজিলৈ ৰামোজী গ্ৰুপৰ 5 কোটিৰ অনুদান
তেলেংগানা: মুখ্যমন্ত্ৰী সাহাৰ্য পূঁজিলৈ ৰামোজী গ্ৰুপৰ 5 কোটিৰ অনুদান

নিউজ ডেস্ক, 22 অক্টোবৰ: শেহতীয়া বানত বিধ্বস্ত হোৱা তেলেংগানাৰ পৰিস্থিতি আজিও উন্নত হোৱা নাই ৷ ৰাজ্য প্ৰশাসনে বান পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ পৰা আৰ্থিক পূঁজিৰ আহ্বান জনাইছে ৷ এনে অৱস্থাত দক্ষিণ ভাৰতৰ অন্যতম তথা ভাৰতৰ শীৰ্ষ সংবাদ প্ৰতিষ্ঠান ৰামোজী গ্ৰুপে তেলেংগানাৰ বান পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ ৰাজ্য চৰকাৰক প্ৰদান কৰিছে আৰ্থিক সাহাৰ্য ৷

তেলেংগানাৰ মুখ্যমন্ত্ৰীৰ সাহাৰ্য পূঁজিলৈ ৰামোজী গ্ৰুপৰ অধ্যক্ষ ৰামোজী ৰাৱে 5 কোটিৰ আৰ্থিক অনুদানৰ বিষয়ে ঘোষণা কৰে ৷ বৃহস্পতিবাৰে ৰামোজী গ্ৰুপৰ এটা শীৰ্ষস্থানীয় প্ৰতিনিধি দলে তেলেংগানাৰ তথ্য-প্ৰযুক্তি আৰু পৌৰ মন্ত্ৰী কেটি ৰামা ৰাৱক সাক্ষাৎ কৰি 5 কোটিৰ চেক প্ৰদান কৰে ৷

লগতে পঢ়ক : স্থলসেনাত সংযোজিত হ'বলৈ সাজু নাগ ক্ষেপনাস্ত্ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.