ETV Bharat / bharat

চীন-ভাৰতৰ সংঘৰ্ষৰ বাবে ৰাম মন্দিৰৰ ভূমি পূজন স্থগিত

২ জুলাই তাৰিখে হবলগীয়া অযোধ্যাৰ ৰাম মন্দিৰ নিৰ্মাণৰ ভূমি পূজনৰ দিন চীন-ভাৰতৰ সংঘৰ্ষৰ বাবে স্থগিত ৰখা হৈছে । ৰাম জন্মভূমি তীৰ্থ ক্ষেত্ৰ ন্যাসে এক বিবৃতিত প্ৰকাশ কৰিছে এই কথা ।

ram-temples-bhumi-pujan-postponed-fresh-dates-later

author img

By

Published : Jun 18, 2020, 8:10 PM IST

নিউজ ডেস্ক, ১৮ জুন : ২ জুলাই তাৰিখে হ'বলগীয়া অযোধ্যাৰ ৰাম মন্দিৰ নিৰ্মাণৰ ভূমি পূজনৰ দিন চীন-ভাৰতৰ সংঘৰ্ষৰ বাবে স্থগিত ৰখা হৈছে ।

ram-temples-bhumi-pujan-postponed-fresh-dates-later
চীন-ভাৰতৰ সংঘৰ্ষৰ বাবে ৰাম মন্দিৰৰ ভূমি পূজন স্থগিত

ৰাম জন্মভূমি তীৰ্থ ক্ষেত্ৰ ন্যাসে এক বিবৃতিত প্ৰকাশ কৰা অনুসৰি, দেশৰ শেহতীয়া পৰিস্থিতিৰ বাবে ভূমি পূজন স্থগিত ৰখা হৈছে । তেওঁলোকে পুনৰ জনোৱা অনুসৰি, ভূমি পূজনৰ নতুন তাৰিখ নিৰ্বাচন কৰা হোৱা নাই ।

উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথেও দেশৰ পৰিস্থিতিৰ বাবে অযোধ্যা ভ্ৰমণ বাতিল কৰিছে । এক টুইটযোগে মুখ্যমন্ত্ৰী গৰাকীয়ে প্ৰকাশ কৰিছে এই তথ্য ।

ইয়াৰ লগতে, ৰাম জন্মভূমি তীৰ্থ ক্ষেত্ৰ ন্যাসে গালৱান সীমান্তত শ্বহীদ হোৱা ভাৰতীয় জোৱানলৈ শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.